নতুন বছৰক শুভেচ্ছা দিয়াৰ নামত হাজাৰ হাজাৰ টকা খৰছ কৰি ন ন ঠাই গুৰি ফুৰি পিক নিক পাৰ্টি খোৱাতকৈ মদ পান কৰাতকৈ সেই পইছাৰে ৰাস্তাৰ কাষত বহি থকা দোবেলা দুমুঠি খাবলৈ নোপোৱা পেটৰ ভোকৰ যন্ত্ৰণা ভুগিব নোৱাৰা সকলক সৰু সুৰা কিবা এটা উপহাৰ দি সেই আনন্দ উপভোগ কৰি চাওঁক কেনেকুৱা লাগে।।
একমত হলে লাইক আৰু কমেন্ট কৰি মতামত জনাব ধন্যবাদ।।
No comments:
Post a Comment