Sunday, April 26, 2020

PERIODS in Ramadan is nothing,but a blessing..

Some activities for my sisters who're having menstruation in Ramadan. hope it benefits you -
.
1.First of all - say Alhamdulillah, instead of saying damn period for it's blessing bcz you're getting reward every single moment for obeying Allah's order by not keeping fast.
.
2. Start everything with 'Bismillah'
3. Memorise 99 names of Allah.
.
4. You may feel upset for being unable to read Qur'an but read surah Ikhlas - it's equivalent to one-third of the Qur'aan. If you recite 3 times at once, it'll be equal to completing whole Qur'an. read more.
.
5. Do lots of dhikir.
6. Do istigfar - Astagfirullah! .
7. Memorise short duas with meaning [Broken Verses]
8. Read hadiths which is written in other language than the Arabic.
.
9. Listen to Quran-Tafseer or Islamic lectures.
10. Read Qur'an's translation in your mother-tongue.
.
11. Read Biography of Prophet Muhammad Sallahu Alaihiwasallam.
12. Story of Ummul Muminin & Female Sahabiyaat 
or Sahaba e kiraam.
.
13. Give dawah to sisters at home or outside at school/college & share ilm about islam with them.
.
14. Refrain from gibah & namimah for it will take all your good deeds.
.
15. Learn the sunnah's of Prophet & revive it. 
i.e : give salam to younger one.
.
16. Teach your siblings how to do wudhu, perform salah including Taraweeh with new new duas & teach them the proper way to wear hijab.
.
17. Tell the kids to keep fast if they are almost 10 years old or up to that {Guide them to obey the order of Allah}
.
18. Encourage them to do good to others, teach them good manners & politeness.
.
19. Cook food for the fasting people or help your mother to cook food or set the table for iftaar.
.
20. Give on charity i.e : 
even if it's a smile or an act of kindness.
.
21. Call everyone for having sehri.
.
22. Make Niyyah to please Allah in everything you do & good deeds are added in your book of deeds.
.
22. Tag a sister who can benifit from this post....The prophet Muhammad peace be upon him said: "The one who guides to something good has a reward similar to the one doing it" (Muslim)
.
P.S: In Ramadan Good Deeds Multiplies 70 Times ,سُـبْـحَـانَ ٱلله, don't miss golden chance to be rewarded..
Copied from instagram...

Friday, April 17, 2020

দেউতা

সন্তানঃ দেউতা ৫০০ টকা লাগে?

দেউতা: কিয়? 

সন্তান:হাতখৰচৰ বাবে!

দেউতা:পকেতৰ পৰা ৫০০ টকা উলিয়াই দিলে!

কিছু দিনৰ পাচত পুনৰ...
সন্তান:দেউতাৰ ৩৫০ টকা লাগে...

দেউতা:কিয়?

সন্তান:নেট ৰিচার্জ কৰিবলৈ!!

দেউতা:পকেটৰ পৰা ৩৫০ টকা উলিয়াই দিলে!!

আকৌ....
সন্তান:দেউতা টকা লাগে!!
দেউতা:কিয়? 
সন্তান:সকলো বন্ধু পিকনিক খাব যাব, মইয়ো যাম...
দেউতা:অলপ পাচত লবা !!
সন্তান: নহব...মোক এতিয়াই লাগে...
দেউতাই য'ৰ তৰ পৰা যোগাৰ কৰি দিলে!!
সন্তান:দেউতা কিতাপ কিনিবলৈ আৰু ফিজ দিব পইচা দিয়া!!
দেউতা:(প্ৰফুল্লিত হৈ) কিমান লাগিব?
সন্তান: ২০০০ টকা (অলপ বেচিকৈ কলো, বাকী মোৰ) । 

মধ্যবিত্ৰ ঘৰৰ সন্তান মই!
আমাৰ ঘৰৰ সকলোৰে সকলো চাহিদা পুৰণ কৰা একমাত্ৰ মানুহজনেই হ'ল আমাৰ দেউতা !!
বহু কষ্ট স্বীকাৰ কৰিও ঘৰৰ সকলো দায়িত্ব গ্ৰহণ কৰা মানুহজনেই হ'ল দেউতা !!
এনেকুৱা বহুবাৰ হৈছিল যেতিয়া মা আৰু দেউতাই গোপনে কথাপতা শুনিছিলো...
মায়ে কৈছিল "লৰাটোৰ কিতাপ আৰু ছোৱালীজনীৰ স্কুল ফিচ দিব লগীয়া আছে, কিন্তু ইমান খৰচ কৰিলে, তোমাৰ দৰব কেনেকৈ কিনিবা?
দেউতাই বিনাদ্বিধাই কয়... আগতে ইহতৰ কিতাপ কিনা আৰু ফিজ দিয়া; পাচত মোৰ দৰব দেখা যাব!!
  পূজা , ঈদ বা বিহুৰ বজাৰ কৰাৰ মুহূৰ্তত মাই দেউতাৰ কাৰনে চাৰ্ট এটা কিনিব ক'লে দেউতাই প্ৰায়ে অগ্ৰাহ্য কৰে... আৰু কয় নালাগে দিয়া মোৰ চাৰ্টটো নতুনেই হৈ আছে দেখোন... কিয় অনাহকত পইচা খৰচ কৰিব লাগে , মোৰ সেইটো দিয়ে চলি যাব!! ( জানোচা আমাৰ কাৰণে কমি যায়...!)
  
        ইমানৰ পাচতো কেতিয়াবা দেউতাক টান কথা কৈ পেলাও... আৰু পাচত অনুভব কৰো যে ভুলটো মোৰেই আছিল... কিন্ত দেউতাৰ চচমাৰ আৰত থকা চকুজোৰ কেতিয়াও দেখা নাপাও!!
যেতিয়া আমাৰ মুৰৰ ওপৰত বৰগছ দাল থাকে আমি তাৰ মুল্য বুজি নাপাও!!
যাৰ নাই, সিহে বুজে বৰগছ ডালৰ অবিহনে জীৱনটো কিমান বেদনাদায়ক...; কিমান নিষ্ঠুৰ!!
কিন্তু সচৰাচৰত, মানুহে মাত্ৰ মাকক লৈহে লিখা মেলা কৰে যিহেতু মা আমাৰ জন্মদাত্ৰী আৰু মৰম প্ৰকাশ কৰিব পাৰে...যি খিনি হয়তো দেউতাই নাজানে…কিন্ত আমি এবাৰো অনুভৱ নকৰো, দেউতাৰ ভূমিক্স আমাৰ জীৱনত দেউতাৰ নিস্বাৰ্থ ত্যাগ…আৰু বুজাব নজনা মৰম…জন্মলগ্নৰে পৰা লৈ আমি ডাঙৰ হোৱাতো দেউতাই ইহজগত এৰি নোযোৱালৈকে আমাক ৰক্ষনাবেক্ষন প্ৰদান কৰি যায় ! সেয়েহে আজি মাত্ৰ দেউতাকলৈয়ে গৌৰব অনুভব কৰি পোষ্ট এটা দিলো আশা কৰো সকলোৱে দেউতাৰ বাবে এবাৰ শ্বেয়াৰ কৰিব । 

পোষ্ট:- সংগ্ৰহ

Thursday, April 16, 2020

পতি-পত্নি হৈছে চিৰ জীৱনৰ লগৰী

শেষৰলৈকে পঢ়িব
বিয়া হোৱা কেইমাহমানৰ পাছত পত্নিৰ মনলৈ এটা ভাৱ আহিল যে.. 
যদি তাই পতিক এৰি থৈ ঘৰলৈ গুচি যায় তেন্তে পতিয়ে কেনে অনুভৱ কৰিব সেয়া প্ৰমান চাবলৈ এটা কৌশল সাজিলে.. 
এই কথাখিনি তেওঁ এখন কাগজত লিখিলে --
"তোমাৰ লগত মই আৰু থাকিব নোৱাৰো, 
মই তোমাৰ লগত থাকি থাকি বৰ হৈ গৈছো  
মই নিজৰ ইচ্ছা মতে জীয়াই থাকিব বিচাৰো, 
সেইবাবে মই ঘৰ এৰি চিৰদিনৰ বাবে যাবলৈ ওলালো l"
সেই কাগজখন টেবুলত থৈ পতি ভিতৰলৈ অহালৈ বাট চাই থাকিল আৰু যেতিয়া পতি ভিতৰলৈ অহা গম পালে তেতিয়া পতিৰ প্ৰতিক্ৰিয়া কেনে হয় তাক চাবৰ বাবে লৰালৰিকৈ বিচনাৰ তলত সোমালগৈ l
পতি ভিতৰলৈ সোমাই আহিল আৰু টেবুলখনত থকা কাগজখন মেলি পঢ়িলে 
অলপ সময় থমকি ৰৈ তেওঁ সেই কাগজখনত কিবা লিখিলে আৰু পুনৰ টেবুলত থৈ দি ফুৰ্তিত তেওঁ নাচিবলৈ ধৰিলে আৰু কাপোৰ সলাই ললে l 
পুনৰ তেওঁ মবাইলটো হাতত তুলি লৈ কাৰোবালৈ ফোন লগালে আৰু ক'লে -
"শুনিচানে আজি মই মুক্ত হৈ গলো , 
মোৰ মুৰ্খ পত্নিয়ে চাগে বুজি পালে যে তাই মোৰ বাবে উপযুক্ত নহয় আৰু সেইবাবে তাই আজি চিৰদিনৰ বাবে ঘৰৰ পৰা ওলাই গুচি গল l
মই এতিয়া মুকলি নিজৰ ইচ্ছাত থাকিম
তোমাক লগ কৰিবলৈ মই গৈ আছো, তুমি সাজো হৈ আমাৰ ঘৰৰ কাষৰ পাৰ্কখনলৈ এতিয়াই আহা l
পতি বাহিৰলৈ ওলাই গ'ল.
চকুপানীৰে ওপচা চকুলোৰে পত্নি বিচনা তলৰ পৰা ওলাই আহিল আৰু কপিঁ থকা দুহাতেৰে টেবুলত থকা কাগজখন দাঙি ধৰি কাগজত লিখি থৈ যোৱা শাৰীকেইটা পঢ়িলে.. 
য'ত লিখা আছিল -
"বিচনাৰ তলৰ পৰা ভৰিকেইখন দেখি আছে বাবলী l" 
পাৰ্কৰ কাষৰ দোকানখনৰ পৰা ব্ৰেড লৈ আহোগৈ...  :-)
তেতিয়ালৈকে চাহ বনাই থবা l
.
জানা বাবলী মোৰ জীৱনতো তুমাৰ এইবোৰ কামেই অধিক সুখী কৰি ৰাখিছে l

---- পতি-পত্নি হৈছে চিৰ জীৱনৰ লগৰী ইয়াক ইচ্ছা কৰি এজনে আনজনক এৰি যাব নোৱাৰে ...  ইয়াৰ মাজত অন্তনিৰ্হিত হৈ থাকে এখন সুখৰ সংসাৰ l

☆☆☆☆
 । । ভাল লাগিলে shr কৰিবলৈ নাপাহৰিবা..... ।  ।

অবিদ্যা

আমি কোন দিশে গতি কৰিছো  , অলপ ধ্যান দিও  ৷ নিজকে পৰিবৰ্তন কৰো আহক ৷
অলপ মনোযোগ দি গল্পটো এবাৰ পঢ়ো আহক ৷
।                        #অবিদ্যা#

এবাৰ বাদশাহ আকবৰে তেওঁৰ ৰাজসভাত বীৰবলক প্ৰশ্ন কৰিলে, "ৰাজা বীৰবল, অবিদ্যা কি?"

বীৰবলে উত্তৰ দিলে, "জাহাপনা, এই প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে মোক চাৰিদিনৰ চুটি দিব লাগিব, উভতি আহি মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিম।"

বাদশাহ আকবৰে ৰাজী হৈ তেওঁৰ চাৰি দিনৰ চুটি মঞ্জুৰ কৰিলে।

বীৰবলে এক মুচিৰ ওচৰলৈ গৈ কলে, "ভাই এযোৰ জোতা চিলাই দিয়া।"

মুচিয়ে কলে, "ঠিক আছে হুজুৰ, জোখ টো দিয়ক।"

বীৰবলে কলে "আৰে মাফ জোখ বাদ দিয়া, এক হাত লম্বা আৰু সেই অনুপাতে ওখ জোতা এযোৰ বনোৱা, আৰু তাত হীৰা জহৰত খচিত কৰা। সোণ আৰু ৰূপৰ সূতাৰে চিলাই কৰা। টকাৰ কথা নাভাবিবা, যি দাম কোৱা তাকেই পাবা, দৰ দাম নকৰো।"

মুচিয়ে কলে, "ঠিক আছে, কিছু আগধন দিয়ক, আৰু তিনিদিন পিছত আহি লৈ যাব।"

তৃতীয় দিনা সম্পূৰ্ণ টকা দিয়াৰ আগ মুহূৰ্ত্বত মুচিক শপত খুৱাই ললে যে উক্ত জোতা যোৰৰ গল্প কেতিয়াও কাৰো আগত নকৰিব বুলি।

তাৰ পিচত এপাট জোতা নিজৰ লগত ৰাখি আন পাট জোতা মছজিদৰ সন্মুখত পেলাই থৈ আহিল।

যথাবিহীত ঢল পুৱা মৌলবীয়ে আজান দিবলৈ আহি উক্ত জোতা পাট আবিষ্কাৰ কৰিলে। মৌলৱীয়ে চিন্তা কৰিলে, ইমান ডাঙৰ জোতা কেতিয়াও মানুহৰ হব নোৱাৰে, আৰু যিবোৰ হীৰা জহৰত খচিত আছে, সেয়া কোনো সৰ্ব সাধাৰণৰ হবই নোৱাৰে। নিশ্চয় আল্লাহয়েই ৰাতি মছজিদলৈ আহিছিল আৰু ভুলতে জোতা পাট পেলাই থৈ গল। তেওঁ প্ৰথমে জোতা পাট মূৰত লগালে, তাৰ পিছত বাৰে বাৰে জোতা পাটক চুমা খাবলৈ ধৰিলে। পিচত মছজিদলৈ বাকীবোৰ মানুহ আহিবলৈ ধৰাত মৌলৱীয়ে সকলোকে আল্লাহৰ জোতা পাত পোৱাৰ কাহিনী কবলৈ ধৰিলে। সকলোৱেই কবলৈ ধৰিলে, এই জোতা পাট আল্লাহৰেই হব, মানুহৰ ভৰিৰ জোতা ইমান ডাঙৰ হবই নোৱাৰে। আৰু মছজিদৰ দুৱাৰ মুখত যিহেতু পোৱা গৈছে, ই জিন বা চয়তানৰো হব নোৱাৰে। সকলোৱেই জোতা পাটত মূৰ লগালে আৰু বাৰে বাৰে চুমা খাবলৈ ধৰিলে। শেষ পর্যন্ত জোতা পাটৰ কাহিনীটো  বাদশাহ আকবৰৰ কাণত পৰিলেগৈ, আৰু আকবৰৰ আদেশত জোতা পাট শাহী দৰবাৰত পেছ হল।

বাদশাহেও স্বীকাৰ কৰিলে," এই জোতা আল্লাহৰেই হব।"

তেখেতেও বাৰে বাৰে জোতা পাটত মূৰ লগাই ছুমা খাই কলে "এই জোতা পাটক মছজিদৰ কোনো পবিত্ৰ স্থানত ৰখা হওক।"

পিছ দিনা খন বীৰবলৰ ছুটি শেষ হল, তেওঁ আহি বাদশাহক চেলাম ঠুকি তলমুৱা হৈ ৰাজসভাত বহি থাকিলহি।

বাদশাহে এটা সময়ত বীৰবললৈ চাই প্ৰশ্ন  কৰিলে "কি হল ৰাজা বীৰবল, ইমান বিৰহ বদনত কিয়?"

বীৰবলে কলে,  "জাহাপনা, মোৰ ঘৰৰ পৰা এপাট জোতা চুৰি হৈছে।"

"এপাট জোতা?" বাদশাহে প্ৰশ্ন কৰিলে।

"হয় জাহাপনা, মোৰ প্ৰপিতামহৰ এপাট জোতা চুৰি হৈছে। আন পাত জোতা চোৰে পেলাই থৈ গৈছে।"

"সেই জোতা পাট তোমাৰ ওচৰত আছে নে?" বাদশাহৰ প্ৰশ্ন।

"হয়, মোৰ লগত আছে।" বীৰবলে  জোতা পাট উলিয়াই দেখুৱালে।

দেখিয়েই বাদশাহৰ মূৰ ঘূৰাবলৈ আৰম্ভ কৰিলে। নিজৰ কপালত কৰাঘাত কৰি মছজিদৰ পৰা জোতা পাত লৈ আহিবলৈ হুকুম কৰিলে।

তাৰ পিছত কলে,"ইয়া আল্লা, আমিতো জোতা পাটক আল্লাহৰ জোতা বুলিযেই ভাবিছিলোঁ। তাকে ভাবি জোতা পাটত  কিমান মূৰ খুন্দিয়ালোঁ, চুমা খাই, চেলেকি চেলেকি চকচকীয়া কৰি তুলিছোঁ তাক।"

বীৰবলে কলে,"জাহাপনা, ইয়াকে বোলে অবিদ্যা, কোনো বিষয় সম্পৰ্কে একেবাৰে একোৱেই নজনাকৈ ভেড়াৰ পালৰ দৰে সকলোৱেই একেই ফালে যাবলৈ ধৰা!"

(মূল গল্পকাৰ মোৰাদ হুছেইনৰ প্ৰতি কৃতজ্ঞতাৰে। অনুদিত।)

दो ऐसी सत्य कथाऐं जिनको पढ़ने के बाद शायद आप भी अपनी ज़िंदगी जीने का अंदाज़ बदलना चाहें:-

दो ऐसी सत्य कथाऐं जिनको पढ़ने के बाद शायद आप भी अपनी  ज़िंदगी जीने का अंदाज़ बदलना चाहें:-

पहली

दक्षिण अफ्रीका के राष्ट्रपति बनने के बाद ऐक बार नेल्सन मांडेला अपने सुरक्षा कर्मियों के साथ एक रेस्तरां में खाना खाने गए। सबने अपनी अपनी पसंद का खाना  आर्डर किया और खाना आने का इंतजार करने लगे। 
उसी समय मांडेला की सीट के सामने वाली सीट पर एक व्यक्ति अपने खाने का इंतजार कर रहा था। मांडेला ने अपने सुरक्षा कर्मी से कहा कि उसे भी अपनी टेबल पर बुला लो। ऐसा ही हुआ। खाना आने के बाद सभी खाने लगे, वो आदमी भी अपना खाना खाने लगा, पर उसके हाथ खाते हुए कांप रहे थे।
खाना खत्म कर वो आदमी सिर झुका कर रेस्तरां से बाहर निकल गया। उस आदमी के जाने के बाद मंडेला के सुरक्षा अधिकारी ने मंडेला से कहा कि वो व्यक्ति शायद बहुत बीमार था, खाते वख़्त उसके हाथ लगातार कांप रहे थे और वह ख़ुद भी कांप रहा था। 
मांडेला ने कहा नहीं ऐसा नहीं है। वह उस जेल का जेलर था, जिसमें मुझे कैद रखा गया था। जब कभी मुझे यातनाएं दी जाती थीं  और मै कराहते हुए पानी मांगता था तो ये मेरे ऊपर पेशाब करता था।

मांडेला ने कहा मै अब राष्ट्रपति बन गया हूं, उसने समझा कि मै भी उसके साथ शायद वैसा ही व्यवहार करूंगा। पर मेरा चरित्र ऐसा नहीं है। मुझे लगता है बदले की भावना से काम करना विनाश की ओर ले जाता है। वहीं धैर्य और सहिष्णुता की मानसिकता हमें विकास की ओर ले जाती है।

दूसरी

मुंबई से बैंगलुरू जा रही ट्रेन में सफ़र के दौरान टीसी ने सीट के नीचे छिपी लगभग तेरह/चौदह साल की ऐक लड़की से कहा 

टीसी "टिकट कहाँ है?"
काँपती हुई लडकी "नहीं है साहब।"
टी सी "तो गाड़ी से उतरो।" 

इसका टिकट मैं दे रही हूँ।............पीछे से ऐक सह यात्री ऊषा भट्टाचार्य की आवाज आई जो पेशे से प्रोफेसर थी ।

ऊषा जी - "तुम्हें कहाँ जाना है ?" 
लड़की - "पता नहीं मैम!" 
ऊषा जी - "तब मेरे साथ चलो, बैंगलोर तक!"
ऊषा जी - "तुम्हारा नाम क्या है?"
लड़की - "चित्रा"

बैंगलुरू पहुँच कर ऊषाजी ने चित्रा को अपनी जान पहचान की ऐक स्वंयसेवी संस्था को सौंप दिया और ऐक अच्छे स्कूल में भी एडमीशन करवा दिया। जल्द ही ऊषा जी का ट्रांसफर दिल्ली हो गया जिसके कारण चित्रा से संपर्क टूट गया, कभी-कभार केवल फोन पर बात हो जाया करती थी। 

करीब बीस साल बाद ऊषाजी को एक लेक्चर के लिए सेन फ्रांसिस्को (अमरीका) बुलाया गया । लेक्चर के बाद जब वह होटल का बिल देने रिसेप्सन पर गईं तो पता चला पीछे खड़े एक खूबसूरत दंपत्ति ने बिल चुका  दिया था।

ऊषाजी "तुमने मेरा बिल क्यों भरा?"
मैम, यह मुम्बई से बैंगलुरू तक के रेल टिकट के सामने कुछ भी नहीं है ।
ऊषाजी "अरे चित्रा!" ...

चित्रा और कोई नहीं बल्कि  इंफोसिस फाउंडेशन की चेयरमैन सुधा मुर्ति थीं जो  इंफोसिस के संस्थापक श्री नारायण मूर्ति की पत्नी हैं।
यह लघु कथा उन्ही की लिखी पुस्तक "द डे आई स्टाॅप्ड ड्रिंकिंग मिल्क" से ली गई है। 

कभी कभी आपके द्वारा  की गई किसी की सहायता, किसी का जीवन बदल सकती है।
यदि जीवन में कुछ कमाना है तो पुण्य अर्जित कीजिये, क्योंकि यही वो मार्ग है जो स्वर्ग तक जाता है.... 
🌴🌷🌴🌷🌴