আই লাভ ইউ মানে কাৰোবাৰ হৈ যোৱা! কাৰোবাক মনৰ পৰা আপোন কৰি লোৱা! শাৰীৰিক ভাবে নহয় আত্মিক ভাবে নিজৰ কৰি লোৱা! প্ৰিয়জনৰ দুখ-বেদনাক নিজৰ দুখ-বেদনা হিচাপে মানি লোৱা। প্ৰিয়জনৰ সুখ-আনন্দক নিজৰ সুখ-আনন্দ বুলি মানি লোৱা।
প্ৰিয়জনৰ চকুৰ পানী মচি মুখত হাঁহি বিৰিঙাই দিয়া! প্ৰিয়জনৰ মনৰ কথা প্ৰকাশ হোৱাৰ আগতে তেওঁৰ হৃদয়ৰ ভাষা বুজি পোৱা! যেনেকৈ নহওঁক প্ৰিয়জনক সুখত ৰখা। সদায় সকলো কথাতে প্ৰিয়জনৰ সৈতে সহযোগ কৰা । ভুলটো দেখুৱাই তেওঁক শুদ্ধ পথলৈ অনা।
আপোনাৰ ভাল লগা কাম কৰিলে মিচিকিয়াই হাঁহি তেওঁক সুখী কৰা। অলপ কথাতে অভিমান কৰা ! কেতিয়াবা খং কৰা! কেতিয়াবা দুখী হোৱা! কেতিয়াবা আনন্দিত কৰি তোলা! আৰু কেতিয়াবা প্ৰিয়জনৰ কোলাত মূৰ থৈ শুই পৰা । কেতিয়াবা হাতত হাত ৰাখি মৌন হৈ বহি থকা! কেৱল চকুৰ ভাষাৰে কথা পতা। জীৱনত কেতিয়াও তেওঁৰ হাত এৰি নিদিয়া! সকলো সময়ত দুখ কষ্টত তেওঁৰ সৈতে একেলগে থকা । জীৱনৰ প্ৰত্যেকটো মুহূৰ্ত ভালপোৱাজনৰ সৈতে অতিবাহিত কৰা।
প্ৰিয়জনৰ বাবে অপেক্ষা কৰা। দেৰিকৈ আহিলে খং কৰা! বকা-বকি কৰা আকৌ লুকাই লুকাই গৈ তেওঁক মান্তি কৰা! নামানিলে নিজে অভিমান কৰি বহি থকা।
কেৱল I LOVE YOU বুলি ক'লে ভালপোৱা হৈ নাযায়। সঁচা ভালপোৱা চকুৰ পৰা প্ৰকাশ পায়! যি ভালপোৱাত শব্দৰ প্ৰয়োজন হয় সেই ভালপোৱাৰ আয়ুস কম। প্ৰেম যাৰ হয়- এজনৰ আত্মা আনজনৰ আত্মাৰ সৈতে মিলি যায় আৰু শব্দৰে প্ৰকাশ নকৰাকৈ এজনে আনজনৰ সকলো কথা বুজিব পৰা যায়। ক'বলৈ তো বহুত কিবা কিবি আছে এখন কিতাপ লিখিব পাৰিম।
কিন্তু! এতিয়ালৈ মাত্ৰ ইমানেই।
আজিকালি প্ৰেমৰ অৰ্থ কেৱল I LOVE YOU হৈ গ'ল।
মাত্ৰ তিনিটা শব্দ যি গোটেই জীৱন কেৱল শব্দ হৈ থাকি যায়। প্ৰেম মাত্ৰ তিনিটা শব্দৰ সম্পৰ্ক নহয়।
প্ৰেম হৈছে দুটি আত্মাৰ মিলন!
প্ৰেমক কেতিয়াও শব্দৰে প্ৰকাশ কৰিব নোৱাৰি!
প্ৰেম হৈছে জীৱ সৃষ্টিৰ জীৱন মূল্যায়ন

No comments:
Post a Comment