এই ফাগুন মাহৰ বলিয়া বতাহত অাকৌ তেও মনলৈ অাহিছে…………সেই বাবেই কও ঐ ফাগুন তই সোনকালে গুছি যা………যা তই যা""।।
সেইদিনা ২বজাত তেও লগ কৰা কথা অাছিল……………
এৰিযোৱা পাচ বছৰৰ পাছত লগ পাম তেওক,……………
মনটোত খেলিমেলি হৈ অাছিল যদিও,ভয়ও লাগি অাছিল।
তথাপি…………
১বজাত মই ৰুমৰ পৰা ওলাই গ'লো বশিষ্ট মন্দিৰলৈ,কাৰণ তেও মোক তাতে লগ কৰা কথা অাছিল।
১ বাজি ৪৫ মিনিটত মই মন্দিৰ পাই ফোন কৰিব লওতেই তেওৰ ফোন অাহিল,………ৰিছিভ কৰাত ক'লে তুমি অহাই নাই,,মই ক'লো অ'' পালোৱেই ৫মিনিট।।
মনৰ মাজত অাকৌ কিছুমান প্ৰশ্নই সেইসময়ত অাগুৰি ধৰিছিল………
কি অাচৰিত,,যিজনি ছোৱালী সময়ত কৈ এঘন্টা লেট অাহে অাৰু মোক অপেক্ষা কৰোৱাই,তেও অাজি সময়তকৈ অাগত অাহি বহি অাছে।।
যি নহওক,,মই মন্দিৰত এটা দৰ্শণ দি নিজৰাটিৰ পিনে অাগুৱাই গ'লো।ইফালে সিফালে চকু ফুৰাই হঠাৎ দেখিলো তেওক,,
শিল এটাৰ ওপৰত মুখত হাতদি পানীলৈ চাই বহি অাছে।এনে লাগিছিল যেন তেওও মোৰ দৰেই মনত বহু দুখ লৈ জীয়াই অাছে।
অাজি পাচ বছৰৰ পাছত দেখিছো তেওক,,সেই একেইজনি হৈ অাছে সকলোতকৈ ধুনীয়া অাৰু মৰমলগা।তাইৰ চকুযোৰিৰ গভীৰতাত যেন মই সুমাই যাম,,তাইৰ চঞ্চল চুলি কেইদালক বতাহে ইফালে সিফালে নচুৱাই অাছিল""খং উঠি গৈছিল বতাহ জাকৰ ওপৰত"""মনৰ মাজতে কৈ পেলালো দুষ্ট বতাহ……তই অলপ সময়ৰ বাবে তেওক কষ্ট নিদিবিচোন।।
মই তেওৰ ওচৰলৈ গৈ মাতদিলো,,কিনো ভাৱি অাছা?
তেও ক'লে,অ' অাহি পালা?মই ও তেওৰ ওচৰতে বহিলো।
বহু সময় দুয়োৰে ইমান লাজ লাগিছিল যি অনুভৱ তাক এই মুহূৰ্তত বুজাব সিমানেই অসুবিধা…………………।
তেও যেনকৈ মোলৈ চাই মিছিকা মিছিকিকৈ হাহিছিল,মোৰও লাজ লাগিছিল।।
তথাপি লাজতো এৰি মই শুধিছিলো……… কিনো হ'ল?কি ইমান ইচ্ছা গ'ল মোক লগ কৰিব?
তেও ক'লে এনেই মন গ'ল,তেও মোৰ হাত এখনত হাত থৈ মোৰ মুখলৈ একেৰাহে চাই ৰ'ল অাৰু ক'লে……সুখি অাছানে তুমি?
তেওৰ সেই প্ৰশ্নত মই নিজেই অাচৰিত হৈ ৰ'লো…………উত্তৰ কি দিলে শুদ্ধ হ'ব তাক লৈ বৰ চিন্তাত পৰিলো…………তথাপি ক'লো……মই সুখি,
মই বহুত সুখি,এনে লাগে যেন মোৰ সমান সুখি কোনো নাই।
তোমালৈ অলপো মনত নপৰে মোৰ।তোমাক মই পাহৰি যাৱ পাৰিছো।অাগৰ কথাবোৰ ভাবিলে মোৰ ইমান হাহি,ইমান হাহি উঠে নহয়,মোৰ চকুৰে চকুপানীবোৰ বৈ অাহে জানা।
মোৰ কথা শুণি তেওৰো চকু চলচলিয়া হৈ পৰিল,,মোৰ অনুভৱ হৈছিল তেও এতিয়া কান্দিব,
কিন্তু মই কথা সলনি কৰি কলো,,বলা অলপ বেলেগ ঠাইত বহো।।
বাকি কথাবোৰ পিছত ক'ব লাগিব যদি পঢ়া মানুহৰ অভাব অনুভৱ নহয়…………………মই ""বিকি কাশ্যপ'"" অাৰু এইটো মোৰ জীৱনৰ প্ৰেম কাহিনী।।……

No comments:
Post a Comment