কেনেদৰে জীৱন অতিবাহিত কৰিব?
মাইকেল জ্যাকচনে ১৫০ বছৰ জীয়াই থাকিব বিচাৰিছিল ।
কাৰোবাৰ লগত কৰমৰ্দন কৰোতে গ্লোভ্স পিন্ধিছিল, মুখত মাস্ক লগাইছিল।
নিজৰ স্বাস্থ্যৰ বাবে ঘৰতেই ১২ জন ডাক্তৰ নিযুক্তি দি থৈছিল, যি সকলে তেওঁৰ মূৰৰ চুলিৰ পৰা ভৰিৰ নখলৈকে সদায় পৰীক্ষা কৰিছিল। আহাৰ লেৱৰেটৰিত পৰীক্ষা কৰি খুৱোওৱা হৈছিল।
প্রতিদিন ব্যায়াম কৰাবলৈ ১৫ জনকৈ মানুহ আছিল।
মাইকেল জ্যাকচন ১৫০ বছৰ জীয়াই থকাৰ লক্ষ্যৰে আগবাঢ়ি আছিল।
Oxygen যুক্ত বিচনাত শুইছিল।
নিজৰ বাবে Organ Doner ৰেডি কৰি থৈছিল, যি সকলৰ সকলো খৰচ নিজে বহন কৰিছিল সমস্ত ,যাতে হঠাৎ প্ৰয়োজন হলে তেওঁলোকে Kidney, Lungs,Eye etc organ মাইকেলক দিব পাৰে।
নোৱাৰিলে। হাৰি গ'ল। মাত্র ৫০ বছৰীয়া জীৱনত।
25th June 2009 চনত তেওঁৰ হৃদপিণ্ড স্তব্ধ হৈ গ'ল।
নিজৰ ঘৰত থকা ১২ জন ডাক্তৰৰ চেষ্টাই কোনো কামত নাহিল।
Los Angeles, California ৰ সকলো ডাক্তৰ একেলগে চেষ্টা কৰিও তেওঁক বচাব নোৱাৰিলে।
জীবনৰ শেষৰ ২৫ বছৰ ডাক্তৰৰ পৰামর্শ নোলোৱাকৈ এখোজো আগ নাবাঢ়িছিল।।
যি নিজকে ১৫০ বছৰ জীয়াই থকাৰ স্বপ্ন দেখুৱাইছিল । তেওঁৰ স্বপ্ন আধৰুৱা হৈ থাকিল।
মাইকেল জ্যাকচনৰ অন্তিমযাত্রা 2.5 million মানুহে Live দেখিছিল, যি আজিলৈকে আটাইতকৈ ডাঙৰ Live telecast আছিল। তেওঁৰ মৃত্যুৰ দিনা অর্থাৎ 25th June 2009, 3.15pm Wikipedia, Twitter, AOL's Instant massenger বন্ধ হৈ গৈছিল। Google ত ৮ lakh লোকে একেলগে মাইকেল জ্যাকচন সার্চ কৰিছিল। অতিৰিক্ত সার্চৰ বাবে Google traffic জেম হৈ গৈছিল, প্রায় আঢ়ৈ ঘণ্টা Google সাৰ্চ ইঞ্জিন বন্ধ হৈ পৰিছিল।
মৃত্যুক চেলেঞ্জ কৰিবলৈ গৈ নিজেই চেলেঞ্জৰ ওচৰত হাৰ মানিলে।
সজোৱা পৃথিৱীৰ,সজাই থোৱা জীৱনে স্বাভাবিক মৃত্যুৰ সলনি সজোৱা মৃত্যুকেই আলিঙ্গন কৰে।এইটোৱেই নিয়ম।
"क्यों करते हो गुरुर अपने चार दिन के ठाठ पर ,
मुठ्ठी भी खाली रहेंगी जब पहुँचोगे घाट पर"...
(কিহৰ অহংকাৰ, কিহৰ গৰ্ব, এই দুদিনীয়া জীৱনত? এদিন শূণ্য হাতে, খালি ভৰিৰে পৌছি যাব শ্মশানত।)
এতিয়া অলপ চিন্তা কৰক।
১.আমিবোৰে কি Builder, Engineer,Designer,Caterer, Decorator's সকলৰ বাবে উপাৰ্জন কৰি আছো?
২. দামী ঘৰ ,গাড়ী, বিলাসবহুল বিয়া দেখুৱাই আমি কাক Impressed কৰিছো?
৩. আপোনাৰ নিজৰেই মনত আছে জানো দুদিন আগত কাৰোবাৰ বিয়াত কি কি খাইছিল?
৪. জীবনত কিয় আমি পশুৰ দৰে খাটি আছো ?
৫. আগন্তুক কিমান Generation ৰ বাবে খোৱা বোৱা , পালন পোষণৰ ব্যবস্থা কৰি যাম?
৬. আমাৰ বেচিভাগৰেই ২টা বা ১ টাকৈ সন্তান। আমাৰ জীৱনৰ প্রয়োজন কিমানখিনি আৰু কিমানখিনি পাব বিচাৰো কেতিয়াবা ভাবিছেনে?
৭. আমি এনেধৰনে চিন্তা কৰোনেকি যে আমাৰ সন্তান সন্ততিয়ে নিজে উপাৰ্জন কৰি খাব নোৱাৰিব, সেয়ে তেওঁলোকৰ বাবে অতিৰিক্ত Savings কৰাটো বৰ জৰুৰী নেকি?
৮. আপুনি কি সপ্তাহটোৰ কোনোবা দিনা নিজৰ পৰিয়াল, বন্ধু বান্ধৱ, বা নিজৰ বাবে খৰচ কৰেনে?
৯. আপোনাৰ আয়ৰ ৫% ও নিজৰ সুখ আৰু আনন্দৰ বাবে ব্যয় কৰেনে?
১০. আমি অর্থ উপার্জনৰ লগতে জীৱনৰ আনন্দ কিয় নাপাওঁ?
উত্তৰ হব না না না!!!!!!!!!
ভাবোতে ভাবোতে হয়তো Sleep Disc, কোলেস্টেৰেল, অনিদ্রাই আপোনাৰ হার্ট ব্লক কৰি দিব।
সাৰমর্ম
নিজৰ আনন্দৰ বাবে সময় দিয়ক। আমি কোনোৱেই কোনো সম্পত্তিৰ মালিক নহয়, কেৱল কিছু কাগজপত্রত অস্থায়ীৰূপে আমাৰ নাম লিখা থাকে।
যেতিয়া আমি কওঁ "এইখিনিৰ মালিক মই "
ঈশ্বৰে তেতিয়া ব্যঙ্গ হাঁহি হাঁহে।
কাৰোবাৰ দামী গাড়ী,বাহাৰী পোচাক দেখি তেওঁৰ ওপৰত ধাৰণা নলব।
আমাৰ মহান গণিত ও বিজ্ঞানৰ শিক্ষক সকলে Cycle/Scooter ৰেৰেই যাতায়াত কৰে।
ধনী হোৱা অপৰাধ নহয়, মাত্র অর্থৰ বাবেই ধনী হোৱাটোহে অপৰাধ।
জীৱনক Control কৰক নহলে জীৱনে এদিন আপোনাক Control কৰিব।
(Copied from source)
No comments:
Post a Comment