Tuesday, November 26, 2019

প্রেম

মই সকলো ল'ৰা-ছোৱালীৰে কথা কোৱা নাই। গতিকে সকলোৱে ভুল বুজি বিৰ্তক নকৰিব।

# প্রেম কৰিছা নিজৰ ইচ্ছাত।
হোটেলত চেক্স (sex) কৰিছা নিজৰ ইচ্ছাতে।
# প্রেমিকৰ লগত যেতিয়াই তেতিয়াই 
ফোনত চেক্স কৰিছা সেইতোও নিজৰ ইচ্ছাতে।

# ডেটত গলে শৰীৰৰ বিভিন্ন অংগত হাত দিব দিছা।
কিন্তু কেতিয়াবা কাৰোবাক সুধিছিলা জানো!
কামটো ভাল কৰিছা নে বেয়া কৰিছা ? 

# দিনৰ শেষত প্রেমিকায় তোমাক ৰাম ঠগন দি গুচি গল। এতিয়া তুমি পাগলৰ দৰে চিঞৰী আছা। আৰু কৈ আছা যে সকলো লৰা বেয়া...!!

# আচলতে সকলো ল'ৰা বেয়া নহয়। কেৱল মাত্র তুমি বাচি লোৱা ল'ৰাজন হে বেয়া আছিল। সেইটো কথা তুমি স্বীকাৰ নকৰা কিয় ? 

# তোমালোকৰ দৰে বহুতো ছোৱালীয়ে দামি বাইক বা DSLR থকা ল'ৰা হে ভাল পায় বা যিবিলাকে প্রেমৰ অভিনয় কৰে সেইবোৰলৈ হে তোমালোকৰ বেছি মন যায় |

# কেতিয়াবা বুজিবলৈ চেষ্টা কৰিছিলা নে এজন ল'ৰাৰ নিজস্বতা (Personality) বুলিলে কি বুজায় ?

# যি লৰাই তোমাৰ পিছে পিছে ঘুৰি তোমাক ইমপ্রেচ (Impresse) কৰিছে কি গেৰেন্টি (Guaranty) আছে সি যে অন্য ছোৱাল‌ীৰ পিছত নুঘুৰিব ? 

# এই সকলোবোৰ কথা তোমালোকে জানা। কিন্তু তাৰ পাছতো নিজকে এনেবোৰ অসভ্য ল'ৰাৰ হাতত নিজকে তুলি দিয়া।

# ইয়াৰ পাছত তোমালোকে চিঞৰী চিঞৰী পুৰুষ জাতিটোক গালি দিবা। আৰু তাৰ কিছুদিনৰ পাছত ঘৰৰ পৰা মা-দেউতাই চাই দিয়া ল'ৰা এজনৰ লগত বিয়া হৈ যোৱা |

# তোমাৰ এই ব্যৱহিত শৰীৰটোক বেলেগক মিচাঁ উপহাৰ দিয়তো তোমাৰ অধিকাৰ ক'ত আছে ??

# মই সকলো ল'ৰা-ছোৱালীকে এটাই অনুৰোধ জনাওঁ যে জীৱনটো ব্যক্তিগত। আপোনালোকে নিজস্ব মানসিকতা হেৰুৱাই নেপেলাব | নিজস্বতা বজাই ৰাখি ভৱিষ্যতৰ কথা চিন্তা কৰি খোজ আগবঢ়াই লৈ যাব। নহলে আপোনালোকে নিজৰ ভৰিত নিজে কোঠা মৰাৰ দৰে হব |

# বাইক বা DSLR দেখি সস্ত্রীয়া ছোৱালীহে পতে, সংস্কাৰী ছোৱালী নহয় | ধন্যবাদ

# সকলোকে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো 🙏Copied

No comments:

Post a Comment