Saturday, September 14, 2019

Let's fall in love (part-1)

Let's fall in love (part-1)

তাই মোৰ কাষৰ ছিটত আহি কেতিয়া বহিল গমেই নাপালোঁ। কোলাত কলেজ বেগ,এখন হাতত ক্ৰমান্বয়ে গলি যোৱা আইছস্ক্ৰীমটো।ৰঙা লিপষ্টিকৰে পৰশত জিলিকি থকা তাইৰ ওঁঠ।ৰঙীন আইছস্ক্ৰীম আৰু ৰঙা ওঁঠৰ সংঘৰ্ষই তাইৰ ওঁঠৰ ৰং মুহূৰ্ততে আছিনাক্ত কৰাই দিলে।এখন হাতেৰে বেগৰ পৰা বহু কষ্ট কৰি হেডফোনডাল উলিয়াই লৈ মোবাইলত লগাইছে,চাগে গান শুনিব।চকুদুটাত এক অদ্ভুত চমক,এনেকৈ জিলিকিছে যেন সাগৰৰ মাণিক।
   মোৰ ফালে চাইছে,উচপ খাই উঠি মুহূৰ্ততে মই চকু আঁতৰাই নিলোঁ।তাই মাতিছে,
: Excuse me,আপুনি এইটো ছিটত আহিব নেকি,প্লিজ। Window ছিটত বহি মই বহুত ভাল পাওঁ।মই একো নোকোৱাকৈ ইংগিতটে তাইক বুজাই দিলোঁ, ছিটটো সলাই লবলৈ।তাই thnk u বুলি কৈ গান শুনাত ব্যস্ত হৈ পৰিল।
কথা পাতিবৰ বহুত মন গৈছে,কিন্তু হৃদয়ত এক অবুজ শিহৰণে জোকাৰি গৈছে।সাহস নহল মাতিব।
চিটি বাছত উঠি ভাল নাপাওঁ,বহুত কম উঠোঁ।আৰু যিহেতু নিজৰ বাইক আছেই,বাইকতে ঘূৰো।নাজানোঁ আজি কি ইচ্ছা গ'ল বাছত উঠিবৰ।আৰু পৰিনাম মোৰ সন্মুখত।
       বাহিৰত কিনকিনিয়া বৰষুণ পৰিছে,বতাহজাকে গাড়ীৰখনৰ ভিতৰত যেন প্ৰেমৰ সুগন্ধ ছটিয়াই থৈ গল।বতাহজাক একেবাৰে নিৰ্ভেজাল আৰু নিৰ্মূল।গুৱাহাটী মহানগৰীৰ  মাজমজিয়াত এই পৰিবেশ একেবাৰে দুৰ্লভ।আজি বহুত দিনৰ মূৰত পাইছো এই পৰিবেশ।খিৰিকীৰ ফাঁকেৰ সোমাই অহা বতাহজাকে তাইৰ খোলা চুলিতাৰী বাৰে বাৰে উৰুৱাই আনিছে।আহি আহি মোৰ মুখত লাগিছে,হয়তো তাই লক্ষ্য কৰা নাই। তাইৰ চুলিৰ আমোলমোল গোন্ধই মোৰ দেহ মন জোকাৰি গ'ল।এক অবুজ শিহৰণ,ভাষাৰে বুজাব নোৱাৰা।লাহে লাহে তাইও মোৰ ফালে চাব লৈছে।লাজে ভয়ে মই মানুহটো ৰঙা হৈ গৈছোঁ।চিনাকি হবৰ বহুত মন গৈছে,লাজ ভয়ৰ পৰিত্যাগ কৰিবলৈ সাজু আছো যিকোনো এটা বাহানাৰ প্ৰয়োজন।
    প্ৰায় ১০মিনিট হৈ গ'ল তাইক লগ পোৱাৰ।এনেকুৱা লাগিছে যেন ১০বছৰৰ পৰা মই তাইৰ পিছত ঘূৰি আছোঁ।যেন একেবাৰে চিনাকি,যেন একেবাৰে আপোন কোনোবা।কিবা অভিমানৰ কাৰনে তাইও মোক মাত দিয়া নাই আৰু মইও।কেনেকৈ কি কৰো তাইৰ লগত চিনাকি হবলৈ।কথা বিলাক ভাবি থাকোতে হঠাৎ তাইৰ আই-কাৰ্ডখনত চকু পৰিল।বহুত যত্ন কৰিছো পঢ়িবলৈ।কলেজ বি. বৰুৱা।নাম দিছা,উপাধি দেখা নাই।তাইৰ কথা ভাবি থাকোতে মোৰ কেতিয়া নামিবৰ সময় হ'ল গমেই নাপালে। বৰষুণজাকো ডাঙৰ হৈছে।মোৰ চকু চলচলীয়া হৈ আহিল,হয়তো তাইক মাতিব নোৱাৰাৰ দুখত।আশাবোৰ মোহাৰি,হৃদয়ৰ ডাষ্টবিনত পেলাই দিলে।মোবাইলটো পকেটত ভৰাই নামিবৰ প্ৰস্তুতি কৰি আছোঁ, তেনেতে হঠাৎ তাই মাত লগালে।
:ইয়াতে নামিব নেকি?মইও নামিম ইয়াত।
এনেকুৱা লাগিল,যেন মৰহি যোৱা গোলাপজোপা আকৌ ঠন ধৰি উঠিছে,বৰষুণৰ টোপালবোৰ যেন মোৰ কাৰণেই সৰিছে, মৃদু বতাহজাক যেন মোৰ কাৰণেই বলিছে।কিবি কিবা ভাবি থাকোতে তাই আকৌ মাত লগালে।
:ইয়াতে নামিব নহ,বলক (এনেকুৱা লাগিছিল যেন তাই মোক হাতত ধৰিহে নমাই আনিব)।দুয়োটাই বাছৰ পৰা ওলাই গ'লো, কিন্তু বাহিৰত প্ৰকাণ্ড বৰষুণ।
(যেন ভগৱানে দুয়োটাকে সময় কটাবলৈ ৰচা এখন ৰচনাত আমি দুয়োটাই অভিনয় কৰি আছো)।বাছৰ পৰা নামি দুয়োটাই দৌৰি গৈ বাছ ষ্টেণ্ডত বহিলোঁ।বাছ ষ্টেণ্ড জনশূন্য।কেৱল তাই আৰু মই।
     মনটোৱে ডেউকা লগাই বগা বগলী জাকৰ লগত সাত সাগৰ তেৰ নদীৰ সিপাৰে কোনোবা অজান দেশলৈ উৰা মাৰিছে।মুহূৰ্ততে হাজাৰ হাজাৰ নতুন সপোনে শিপা মেলিলে,আশাবোৰ মুহূৰ্ততে অধিক শক্তিশালী হৈ উঠিছে।এনেকুৱা লাগিছে যেন এইটো মুহূৰ্তই সফল জীৱনৰ আৰম্ভণি। 

To be continued....

Assam

কিছু সময় আগত খানা খাই থাকোতে শুনা পালো-
"বাড়িতে কেও আছেন গো"
সৰু ভন্টীয়ে উত্তৰত কলে " হা আছি তো, কে
দৰ্জাৰ সন্মূখত আহি মানুহ জনে কলে-
"আমৰা গৰীব মানুহ, বাড়িৰ মানুষটিৰ ডি ভোট, কেচ কৰা লাগে, কিছু সাহায্য দেন

মই খানা খাই খাই কথা বতৰাবোৰ শুনি আছিলো এইবাৰ মূৰ দাঙি মানুহজনক চালো- 
বয়স্ত মানুহ, আগত কেতিয়াও দেখা নাই।
হেতা পৰা দেহা আৰু কাপোৰ কানিৰ অৱস্থাই যেন মানুহজনৰ বিষয়ে মোক সব বিবৰি তৎক্ষণাৎ জনাই দিলে।
ম‌ই সুধিলো- আপোনাৰ ঘৰ কত বুলি, তেখেতে উত্তৰ দিয়াৰ পিছত আকৌ সুধিলো-
আপনাৰ ছেলে নাই?
"নাই, চাৰজন মেয়ে"
আপনাৰ ভাই, আত্মীয় নাই?
"আছে" 
তাহলে তাদেৰ থেকে সহায় চান?
 মানুহ জনে উত্তৰত কলে- সিহতৰ পৰিয়াল তথা  ভাই ককাই সবেই গৰীব কোনো মতে পেটে ভাতে চলে,এইবাৰ হেনো বানপানীয়ে আৰু বেছিকৈ দূৰাৱস্থাৰ ফালে লৈ আনিলে।

ডি ভোট কাৰ? 
" আমাগো গেদিৰ মায়েৰ"
তাহলে গেদিৰ মামা বা তাদেৰ আত্মীয়দেৰ থেকে সহায় চাইতে পাৰেন তো?
" তাৰাও তো নিহিত গৰীব মানুষ, নাই বলতে কিছুই নাই, তা ছাৰা তাৰা দিলেই আৰ কতো টেকাই বা দিতে পাৰবো, ডি ভোটে অনেক টেকা যাইতাছে, মানুষেৰ দৰ্জায় দৰ্জায় ঘুৰাই লাগবো, তাৰ বিকল্প ৰাস্তা আমাগো জন্নে নাই....

মানুহজনক কিছু সাহায্য দি বিদাই কৰিলো কিন্তু কথাবোৰ মোৰ মনৰ ভিতৰি ভিতৰি বাজিয়ে থাকিল প্ৰতিধ্বনিত হৈয়ে আছে।

ভন্টীয়ে মোক উদ্দেশ্যি কলে- কি আৰ কৰবে, ডি ভোট ঠিক কৰতে কমছে কম ৮০-৯০ হাজাৰ টেকা লাগে শুনছি লোকেৰ মুখে.....

মোৰ তেজে মোৰ বিৰোদ্ধে গৈ তৎক্ষণাৎ যেন প্ৰশাসনিক ব্যৱহাৰ ওপৰত যুদ্ধ ঘোষণা কৰিবলৈ উদ্ধুদ্ধ হৈ উঠিল,
মোৰ বিবকে মোক কবলৈ ললে- এই গৰীব অশিক্ষিত মানুহ বিলাকে এই ডি ভোট পদ্ধতি, অমুক তমুক নাজানে কিন্তু ত‌ই তো জানা কিয় সন্মান কৰা এই ন্যায় ৰূপী অন্যায়ক?
এই প্ৰশাসনিক ব্যৱস্থাৰ নিয়ন্ত্ৰণৰ পৰা ওলাই গলেই তো সব জামেলা খতম, না ৰহেগা বাস না বাজেগা বাসুৰী।
শুনা নাই পৰেশ বৰুৱাই হেনো NRCৰ বাবে আবেদনে কৰা নাছিল,মেডিয়াই দেখুন চিঞৰি চিঞৰি প্ৰচাৰ কৰিছিল, পৰেশ বৰুৱাক ওলাই কোনে দিব অসমৰ পৰা? অনুপ চেতিয়া দেখুন বাংলাদেশত ২০ বছৰ কাল থাকি আহিল। কিমানে ভূটান, ম্যানমাৰ, নেপালত বিনা অনুমতিতে গৈ থাকে.... আমেৰিকাই যে আফগানিস্তানক সহায় কৰিব আহি শাসন চলাই আছিল, লাডেন এজন ইঞ্জিনিয়াৰ বিদ্যাৰ্থী তথা খুবেই ধনী মানুহ হোৱা সত্তেও আফগানক সহায় কৰিবলৈ গৈ কেনেকৈ বিশ্বৰ সৰ্বোচ্চ শক্তি আমেৰিকাক উচ্ছেদ কৰিল, তৎক্ষণাৎ ম‌ই বিবেকৰ বিৰোধিতা কৰি কলো আমি লাডেন হব‌‌ও নিবিচাৰো আৰু আমাৰ মাজত সেইখিনি নাই ও, আমি আইনত আস্থা ৰাখো। 
 বাদ দে তহতৰ এই ন্যায় ৰূপী অন্যায়ৰ পূজা কৰা বিবেকে এইবাৰ আৰু কিছু কথা মোক শুনালে- ত‌ই তো নিজে জানা ডি ভোটাৰৰ জন্ম প্ৰথমত ১৯৯৭ চনত হৈছিল, তেন্তে এইটো ১৯৯৭ চনত ভোটাৰ তালিকাত প্ৰথম নাম লাগিলে ডি য়ে আহক তথাপিও তো ১৯৭১ চনৰ আগত জন্ম লৈছে, সিহতৰ মাক বাপেক যদি অসমৰ বাসিন্দা তেন্তে সিহতেও নিশ্চয় অসমতেই জন্ম লৈছে তাকো ১৯৭১ চনৰ আগত তেন্তে সিহতক যি প্ৰশাসনে ডি ভোটাৰ বনালে তাক কিয় মাথা নত কৰি মানি আছা?

ম‌ই বিবেকক কলো চোৱা আমি তো ব্যক্তিবিশেষ হৈ চলিব নোৱাৰো, মানুহৰ লগত, দেশৰ নিয়ম নীতিৰ লগত চলিবলৈ বাধ্য, আমি ইচ্ছা কৰিলেই হাতত অস্ত্ৰ তুলি লৈ প্ৰসানৰ বিৰুদ্ধে থিয় দিব নোৱাৰো কিয়নো আমি দেশক ভাল পাও, মোৰ কথা শুনি কলে- যিহতে প্ৰকৃততে দেশক ভাল পায় সিহতে দেশৰ মানুহক ও ভাল পায়, নিজৰ দেশ সিহতে ভ্ৰষ্টাচাৰ, দূৰ্নীতিৰ পৰা মুক্ত ৰাখে।
বিবেকে আক্ৰমণ কৰি কলে- তহতে কেতিয়াও স‌বাধীন হব নোৱাৰা কিয়নো তহতে নিজে কোনো কিছুৰ সমাধান কৰিব নিবিচাৰা সদায় বিচৰা যে ম‌ই নহলেও অমুক বা তমুকে কৰিব..... 
শেষত ম‌ই বিবেকৰ লগত তৰ্কত হাৰি মাথো কলো- আমি যেনেকৈ চিলি আছো এনেকৈয়ে চলিম, আমাক শোষণ কৰিলেই আৰু কিমান কৰিব, বাচিমেই বৰ বেছি ষাঠি বছৰ তাৰ পিছত আমাৰ সন্তান সন্ততিক হে কৰিব আমি তো তেতিয়া নাথাকিম, বিবেকে কলে-  তহতে হলি জন্তুৰ দৰে, প্ৰশাসন ৰূপী মালিকে তহতক যি ফালে চলায় তহতে সেইফালেই চলা, যা যা ত‌ই সেই মানুহজনৰ দৰে কেতিয়াবা লোকৰ ঘৰত ভিক্ষা মাগিবলৈ প্ৰস্তুতি ল গৈ কিয়নো তোৰতো এতিয়ালৈকে কোনো উপাৰ্জনৰ পন্থা নাই, কেতিয়া কোন পৰিস্থিতিত পৰা গৈ, তহত মুখাপেখী ইয়াৰ বিকল্প‌ই বা আছে কি.... 
ধীৰে ধীৰে বিবেকে মোক ঘৃণাৰ চকুৰে চাই চাই কৰবাত বিলীন হৈ গল আৰু ম‌ই  মনে মনে নিজৰ অজান্তে- বিবেক ত‌ই হয়তো ঠিকেই কৈছা কিন্তু.....

Sunday, September 1, 2019

चालक चोर

चोर बहुत चालाक होते हैं, जब वो भैंस चुराते हैं तो सबसे पहले वो भैंस के गले से घंटे को खोलते हैं। 
फिर 

एक चोर घंटा बजाते हुए पश्चिम की ओर भागत ा है 

और 

बाकी चोर भैंस को पूर्व की ओर ले जाते हैं। 

गांव के लोग घंटे की आवाज सुन कर पश्चिम की ओर भागते हैं, 

और 

आगे जाकर चोर घंटे को फेंक कर भाग जाता है।

इसलिए गांव वालों के हाथों में सिर्फ घंटा ही आता है

और 

चोर भैंस चुरा ले जाते हैं।

                       *हमारी भैंस* 
"अर्थव्यवस्था, शिक्षा, रोजगार, स्वास्थ्य , महिला सुरक्षा, परिवहन व्यवस्था, कानून-व्यवस्था, भ्रष्टाचार,पीने योग्य पानी,किसान रक्षा,प्रदूषण रहित हवा जैसे और कई अनगिनत  मुख्य मुद्दे हैं।"

                      **भैंस का घंटा** 
370, 35A, पुलवामा, तीन तलाक़, मंदिर-मस्जिद, हिन्दू-मुस्लिम, दलित-सवर्ण, बिहारी-गुजराती, नेहरू-पटेल, हरा-भगवा, पाकिस्तान-चीन।"    
 
 ये सिर्फ़ भैंस की कहानी ही है। सोचा सुना दूँ😝

Thursday, August 29, 2019

অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ২০১৯ লৈ অসম নাগৰিক সমাজৰ আদৰণি



গুৱাহাটী, ২৯ আগষ্ট,২০১৯: মাত্ৰ দুটা দিনৰ পিছতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব৷ তাত কিমান মানুহৰ নাম থাকিব আৰু তাৰ পৰা কিমান মানুহৰ  নাম বাদ পৰিব- সেই বিষয়ে ইতিমধ্যে মানুহৰ মাজত নানা জল্পনা-কল্পনা আৰম্ভ হৈছে৷ চাবলৈ গ'লে, আজি একবিংশ শতিকাত এনে এখন নাগৰিক পঞ্জী প্ৰস্তুত কৰাটো এফালৰ পৰা এক নোহোৱা- নোপজা কথা৷ কিন্তু অসমত কিয় এনে এখন নাগৰিক পঞ্জী প্ৰস্তুত কৰিবলগীয়া হ'ল তাৰ  এক ঐতিহাসিক পটভূমি আছে৷ আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু অন্যান্য কাৰণত চুবুৰীয়া অঞ্চলৰ পৰা দেশ বিভাজনৰ আগতে আৰু পিছতো অসমলৈ বুজন সংখ্যক লোকৰ প্ৰব্ৰজন হোৱাটো এক ঐতিহাসিক সত্য৷ বাহিৰৰ মানুহ আহি অসমত আগৰে পৰা বসতি কৰি থকা মানুহখিনিৰ অস্তিত্বই বিপন্ন কৰি পেলাব পাৰে বুলি অসমীয়া মানুহৰ মাজত এক শংকা গা কৰি উঠিছিল আৰু তাৰেই বহিৰ্প্ৰকাশ আছিল ছবছৰীয়া অসম আন্দোলনটো৷ অসমত কিমান বিদেশী আছে, সেইলৈ এতিয়ালৈকে 'নানা মুনিৰ নানা মত' তত্ত্ব চলি আছিল৷ কোন বিদেশী, কোন স্বদেশী সেইটো নিৰ্ধাৰণ কৰাৰ কোনো সৰ্বসন্মত মাপকাঠী ওলোৱা নাছিল৷ কিন্তু অসম চুক্তিৰ ফলত প্ৰথমবাৰৰ বাবে আমি তেনে মাপকাঠী এটা পালোঁ৷ সকলোৱেই মানি ল'লে যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত সোমোৱা সকলো মানুহকে বিদেশী বুলি ঘোষণা কৰিব লাগে৷কোন স্বদেশী, কোন বিদেশী চিনি উলিয়াবলৈ অসমীয়া ৰাইজৰ জনমতৰ আধাৰত চৰকাৰী বিধিপথালি অতিক্ৰমি ১৯৫১ চনৰ নাগৰিক পঞ্জীক ভিত্তি হিচাপে লৈ অসমৰ প্ৰকৃত বাসিন্দা সকলৰ তালিকা এখন প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো আৰম্ভ হ'ল৷ কামটো আশানুৰূপভাৱে আগনবঢ়া দেখি, সময়ত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ইয়াত হস্তক্ষেপ কৰিবলৈ বাধ্য হ'ল৷  উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ আৰু প্ৰত্যক্ষ তদাৰকীৰ কাৰণেই এতিয়া ৩১ আগষ্টৰ দিনা অসমৰ সংশোধিত চূড়ান্ত নাগৰিক পঞ্জী প্ৰকাশৰ পথ প্ৰশস্ত হৈছে৷ এই মুহূৰ্তত দুটা পক্ষই এন আৰ চিখনৰ  বিৰোধিতা  কৰিছে৷ এটা পক্ষই ২১ শতিকাত এনে তালিকা এখন প্ৰস্তুত কৰাটোৱেই এক অমানবীয় আৰু বহিৰাগত বিদ্বেষী কাৰ্য বুলি অভিহিত কৰিব বিচাৰিছে৷ এওঁলোকৰ লগত  এটা দেশীয় আৰু আন্তৰ্জাতিক মহলো জড়িতহৈ আছে৷ বিদেশী নাগৰিক সমস্যাই অসমৰ সমাজ জীৱনত ইমান দিনে কি জটিলতা আৰু উত্তেজনাৰ সৃষ্টি কৰি আহিছে, অসমীয়া মানুহৰ মনত কি শংকাৰ জন্ম দিছে আৰু ৰাজ্যখনত বাস কৰা এচাম ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুক  ই কি অনিশ্চয়তাৰ মাজত ৰাখিছে, সেই বিষয়ে এওঁলোক হয় অৱগত নহয়, নহয় তেওঁলোকৰ কিবা উদ্দেশ্য প্ৰণোদিত স্বাৰ্থ আছে৷ আনহাতে অইন এটা পক্ষই ইতিমধ্যে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অজস্ৰ বিদেশী লোকৰ নাম সোমাইছে বুলি অভিযোগ তুলি নাগৰিক পঞ্জীখনকে নস্যাৎ কৰিবলৈ উঠি-পৰি লাগিছে৷ তেওঁলোকে গোটেই প্ৰক্ৰিয়াটোকে অসাৰ প্ৰতিপন্ন কৰিব বিচাৰিছে৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰোঁতে, বিশেষকৈ দাবী আৰু অভিযোগ পৰ্বত মানুহৰ হাৰাশাস্তি নাই হোৱা বুলি কোনেও কোৱা নাই৷ হয়তো এই ক্ষেত্ৰত অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কৰ্তৃত্বই অধিক সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰা উচিত আছিল৷ ঠিক একেদৰে প্ৰকাশ পাবলগীয়া নাগৰিক পঞ্জীখনত কোনো ভ্ৰান্তি নাথাকিব বুলিও কোনেও কোৱা নাই৷ পিছে, থাকিবলগীয়া মানুহৰ নাম নথকা আৰু নাথাকিবলগীয়া মানুহৰ নাম অন্তৰ্ভুক্ত হোৱাটোৰ শুধৰণি কৰিব লাগিব সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰ দ্বাৰা৷ কিন্তু, কিছু খেলি-মেলি থাকিব পাৰে বুলিয়ে এন আৰ চিখন নস্যাৎ কৰাটো হ'ব অসমত বিভাজনৰ ৰাজনীতি চিৰস্থায়ী কৰাৰ এক ষড়যন্ত্ৰ৷ সেয়ে আমি অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ২০১৯ খনক এতিয়াৰে পৰা অসমত থকা ভাৰতীয় নাগৰিকৰ প্ৰাথমিক তথ্যপঞ্জী হিচাপে গণ্য কৰাটো বিচাৰোঁ৷ আমি লগতে এইটোও কওঁ যে যিখিনি মানুহৰ নাম এন আৰ চিত নাথাকিব, তেওঁলোকৰ যাতে কোনো মানৱাধিকাৰ ভংগ নহয় তাৰ প্ৰতিও  সকলোৱে মনোযোগ দিব লাগিব৷ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছত উত্তেজনাৰ বশৱৰ্তী হৈ কোনেও যাতে সামাজিক শান্তি বিঘ্নিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ  জনসাধাৰণলৈ আমি গোহাৰি জনাইছোঁ৷ এই ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনো সতৰ্ক হৈ থাকিব লাগিব৷

ভাৰতৰ সংবিধানৰ পৰা জম্মু কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা ৩৭০ ধাৰা বাতিল কৰাকলৈ ৰাজ্যখনৰ, বিশেষকৈ কাশ্মীৰত যি  পৰিস্থিতিৰ সৃষ্টি হৈছে সেই বিষয়ে আমি অতি উদ্বিগ্ন৷ সংবিধানৰ পৰা ৩৭০ ধাৰা বিলোপ কৰিব লাগে নে নালাগে সি এক বিতৰ্কিত বিষয়৷ কিন্তু জম্মু কাশ্মীৰ বিধানসভা অচলহৈ থকা সময়ত, কাশ্মীৰী জনসাধাৰণৰ মতামত নোলোৱাকৈ কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ এক পক্ষীয়ভাবে সিদ্ধান্ত লৈ ৰাজ্যখনক তিনিটা অংশত ভাগ কৰি, এখন পূৰ্ণ পৰ্যায়ৰ ৰাজ্যক কেন্দ্ৰীয় শাসিত ৰাজ্যলৈ অধোনমিত কৰাটো কোনো পধ্যেই সমৰ্থনযোগ্য নহয়৷ আমি কাশ্মীৰী জনসাধাৰণক আস্থাতলৈ কাশ্মীৰ সমস্যাৰ স্থায়ী সমাধানৰ পোষকতা কৰোঁ৷ কিন্তু, কাশ্মীৰত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধাচাৰণ কৰোঁ৷ অসম নাগৰিক সমাজে আদিৰে পৰা সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰোধিতা কৰি আহিছে৷ কিন্তু ৩৭০ ধাৰা বিলোপ কৰাৰ নামত কাশ্মীৰৰ ৰাজনৈতিক নেতা সকলক গৃহবন্দী কৰি ৰখা,ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিৰোধী ৰাজনৈতিক নেতা সকলৰ ৰাজ্যখনত প্ৰৱেশ নিষেধ কৰা, তাৰ জনসাধাৰণৰ নাগৰিক অধিকাৰ খৰ্ব কৰা আৰু বাতৰি কাকতৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা কাৰ্যৰ আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ৷ সেয়েহে, কাশ্মীৰৰ জনসাধাৰণক আস্থাত লৈ অঞ্চলটোলৈ শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসম নাগৰিক সমাজে দাবী জনায়৷

হৰেকৃষ্ণ ডেকা, সভাপতি
অজিত কুমাৰ ভূঞা, কাৰ্যকৰী সভাপতি
প্ৰশান্ত ৰাজগুৰু, উপ সভাপতি
পৰেশ মালাকাৰ, সাধাৰণ সম্পাদক
অখিল ৰঞ্জন দত্ত, যুটীয়া সম্পাদক
অসম নাগৰিক সমাজ

Sunday, August 18, 2019

Love story

A Poor Couple lived in a Small Village
in Kenya.They had only 1 Son. They
gave him the Best Education. Son
Graduated as an Engineer in the
nearby City. Eventually He got Married
to a Rich
Girl. Initially, They Lived with His
Parents in the Village.Soon the Wife
got Tired of Village Life & Persuaded
Her Husband to Move to the City
Leaving His Old Parents in the Village.
As Time went,the Husband saw an Ad
in the Newspaper about a Job Vacancy
in U.S .He was Successful & Lived in U.S
for 20 Years with His Wife.Regularly,
He used to Send Money to His Parents.
Eventually with Time, He Stopped &
Forgot about His Parents whether
They ever Existed. Every Day. He Pray
& Immediately after each Prayer He
used to see Someone telling Him in a
Dream that his Prayer is not Accepted.
One Day, He Related this Story to a
'Pious Aalim' who Advised Him to go
Back to Kenya to Visit.
His Parents,The Man Flew to Kenya &
Reached the Boundary of His
Village.Everything was Changed over
there.He could not Find His House.
So He asked to the Head of the Village
about the Whereabouts of His
Parents.The Head of the Village
directed Him to a House
& said: "In this House, Lives an Old
Blind Lady who Lost Her Husband a
Few Months Ago. She has a Son who
Migrated to US 20 Years back & Never
came Back again.
What an Unfortunate Man." Son enters
that Home & Finds His Mother on the
Bed.He Tip-Toed as He did not want to
Wake Her up. He hears His Mother
Whispering or Mumbling Something.He
gets Closer to Hear His Mothers Voice.
This is what His Mother was Saying:
"God ! I am now Very Old & Blind. My
Husband just Died. There is no One to
Lower Me in My Grave.when I Die. So
please Send My Son to Fullfill My
Last Wish".
This is the Ending of a Story where the
Prayer of a Mother is Accepted.A
Human Body can Bear only 45 Del
(units) of Pain. But at the Time of
Giving Birth, A Mother feels up to 57
Del (units) of Pain.
This is similar to 20 Bones getting
Fractured, all at the Same Time. This is
just to tell U the extent, to which a
Mother.
Loves Her Child.
So, Love Ur Mom till the End of Ur Life.
The Lady with whom U Fight almost
Everyday,Suffered so much Pain just
to give U a Beautiful
Life.

ঋণ ফেরতের অলৌকিক ঘটনা

"বনী ইসরাঈলের কোন এক ব্যক্তি
বনী ইসরাঈলের অপর এক ব্যক্তির নিকট এক হাজার দীনার ঋণ চাইল। তখন সে (ঋণদাতা) বলল, কয়েকজন সাক্ষী আন, আমি তাদেরকে সাক্ষী রাখব। সে বলল, সাক্ষী হিসাবে আল্লাহই যথেষ্ট।
তারপর (ঋণদাতা) বলল, তা হলে একজন যামিনদার উপস্থিত কর। সে বলল, যামিনদার হিসাবে আল্লাহই যথেষ্ট। ঋণদাতা বলল, তুমি সত্যই বলেছ।
এরপর নির্ধারিত সময়ে তাকে এক হাজার দীনার দিয়ে দিল।
তারপর ঋণ গ্রহীতা সামুদ্রিক সফর করল এবং তার প্রয়োজন সমাধা করে সে যানবাহন খুঁজতে লাগল, যাতে সে নির্ধারিত সময়ের ভেতর ঋণদাতার কাছে এসে পৌঁছতে পারে। কিন্তু সে কোন যানবাহন পেল না।

তখন সে এক টুকরো কাঠ নিয়ে তা ছিদ্র করল এবং ঋণদাতার নামে একখানা পত্র ও এক হাজার দীনার তার মধ্যে ভরে ছিদ্রটি বন্ধ করে সমুদ্র তীরে এসে বলল, হে আল্লাহ! তুমি তো জান আমি অমুকের নিকট এক হাজার দীনার ঋণ চাইলে সে আমার কাছে যামিনদার চেয়েছিল। আমি বলেছিলাম, আল্লাহই যামিন হিসাবে যথেষ্ট। এতে সে রাজী হয়। তারপর সে আমার কাছে সাক্ষী চেয়েছিল, আমি বলেছিলাম সাক্ষী হিসাবে আল্লাহই যথেষ্ট, তাতে সে রাজী হয়ে যায়। আমি তার ঋণ (যথাসময়ে) পরিশোধের উদ্দেশ্যে যানবাহনের জন্য যথাসাধ্য চেষ্টা করেছি, কিন্তু পাইনি। তাই আমি তোমার নিকট সোপর্দ করলাম, এই বলে সে কাষ্ঠখন্ডটি সমুদ্রে নিক্ষেপ করল। আর কাষ্ঠখন্ডটি সমুদ্রে প্রবেশ করল।

অতঃপর লোকটি ফিরে গেল এবং নিজের শহরে যাওয়ার জন্য যানবাহন খুঁজতে লাগল।

ওদিকে ঋণদাতা এই আশায় সমুদ্রতীরে গেল যে, হয়ত বা ঋণগ্রহীতা কোন নৌযানে করে তার মাল নিয়ে এসেছে। তার দৃষ্টি কাষ্ঠখন্ডটির উপর পড়ল, যার ভিতরে মাল ছিল। সে কাষ্ঠখন্ডটি তার পরিবারের জ্বালানীর জন্য বাড়ী নিয়ে গেল। যখন সে তা চিরল, তখন সে মাল ও পত্রটি পেয়ে গেল।

কিছুদিন পর ঋণগ্রহীতা এক হাজার দীনার নিয়ে এসে হাযির হল এবং বলল, আল্লাহর কসম! আমি আপনার মাল যথাসময়ে পৌঁছিয়ে দেয়ার উদ্দেশ্যে সব সময় যানবাহনের খোঁজে ছিলাম। কিন্তু আমি যে নৌযানে এখন আসলাম, তার আগে আর কোন নৌযান পাইনি। ঋণদাতা বলল, তুমি কি আমার নিকট কিছু পাঠিয়েছিলে? ঋণগ্রহীতা বলল, আমি তো তোমাকে বললামই যে, এর আগে আর কোন নৌযান আমি পাইনি। সে বলল, তুমি কাঠের টুকরোর ভিতরে যা পাঠিয়েছিলে, তা আল্লাহ তোমার পক্ষ হতে আমাকে আদায় করে দিয়েছেন। তখন সে আনন্দচিত্তে এক হাজার দীনার নিয়ে ফিরে চলে গেল।"

সহিহ বুখারী, হাদিস নং ২২৯১
হাদিসের মান: সহিহ হাদিস

সুবাহান'আল্লাহ !!!

হযরত মুসা আ:’র জামানার চমৎকার একটি ঘটনা

হযরত মুসা আ: একবার আল্লাহ্
তায়ালাকে জিজ্ঞেস করলেন, হে আল্লাহ্!
জান্নাতে আমার সাথে কে থাকবে?
জবাবে বলা হলো,ওমুক কসাই !
জবাবে কসাইয়ের নাম শুনে মুসা আ:
খুবই আশ্চর্য হলেন।
অনেক খোঁজ করার
পর মুসা আ: তাকে বের করলেন।
দেখলেন, কসাই গোস্ত বিক্রিতে ব্যস্ত!
সবশেষে কসাই একটুকরো গোস্ত একটি
কাপড়ে মুড়িয়ে নিলেন।
অতঃপর বাড়ির দিকে রওয়ানা হলেন।
মুসা আ: তাঁর সম্পর্কে আরো জানার জন্যে অনুমতি নিয়ে পিছুপিছু তাঁর বাড়ি গেলেন।
কসাই বাড়ি পৌঁছে গোস্ত রান্না করলেন।
অতপর রুটি বানিয়ে তা গোস্তের ঝোলে
মেখে নরম করলেন।
তারপর ঘরের ভিতরের কামরায় প্রবেশ
করে শয়নরত এক বৃদ্ধাকে উঠিয়ে বসালেন । তারপর তার মুখে টুকরো টুকরো রুটি পুরে
দিতে লাগলেন।
খাওয়ার পর বৃদ্ধা কি যেন কানেকানে বললেন। অমনি কসাই মুচকি হাসলেন।
দূর থেকে মুসা আ: সব-ই দেখছিলেন।
কিন্তু, কিছুই বুঝলেন না।
মুসা আ: বৃদ্ধার পরিচয় এবং মুচকি হাসার
বিষয়টি কসাইকে জিজ্ঞেস করলেন।
কসাই বললেন, ওনি আমার মা!
আমি বাজার থেকে আসার পর সর্বপ্রথম
আমার মাকে রান্না করে খাওয়াই।
আর, মা খাওয়ার পর খুশি হয়ে আমার
কানের কাছে এসে আল্লাহ্ তায়ালার কাছে
এই বলে দোআ করেন, "আল্লাহ্ তায়ালা
তোমাকে বেহেস্ত দান করুক এবং মুসা আ:
এর সাথে রাখুক"!
আমি এই দোআ শুনে এই ভেবে মুচকি হাসি
যে, কোথায় মুসা আ: আর কোথায় আমি।