"এটি সৰু লৰাই জেঠী খাম বুলি
জেদ কৰিব ধৰিলে,
ঘৰৰ মানুহে বহুত বুজালে
কিন্তু লৰাটোৱে নুবুজেহে নুবুজে।
লৰাৰ জেদৰ আগত পৰাজিত হৈ পৰিয়ালে
তেওঁৰ গুৰুক কাবৌ মিনতি কৰি মাতি আনিলে।
গুৰুৱে আদেশ দিয়াত জেঠী অনা হ'ল
গুৰুৱে প্লেট এখনত জেঠী খাবলৈ লৰাটোক দিলে
প্লেটত জেঠী দেখাৰ লগে লগে লৰাই জেদ
কৰিলে ' মই তেলত ফ্ৰাই কৰা জেঠিহে খাম'
গুৰুজিয়ে ছাত্ৰই জেদ কৰা মতে তেলত ফ্ৰাই
কৰাই আনি কলে ' লোৱা এতিয়া খোৱা'
লৰাই উগাৰ মাৰি কলে ' মই ইয়াৰ আধাহে খাম'
গুৰুজিয়ে জেঠীটো কাটি আধা কৰিলে।
লৰাই কলে ' প্ৰথমে আপুনি খাওক, তাৰ
পিছতহে মই খাম '
গুৰুজিয়ে চকু নাক বন্ধ কৰি এটুকুৰা
কোনোমতে খালে আৰু কলে ' মই খালো
এতিয়া তোমাৰ ভাগৰ টুকুৰা খোৱা।'
লৰাই জোৰকৈ কান্দি কান্দি ক'বলৈ ধৰিলে
'মই আপুনি খোৱা টুকুৰাটোহে খাব বিচাৰিছিলো'
গুৰুৱে ধুতি দাঙি তাৰ পৰা নিজক বচাই পলাল।
আৰু সেই লৰাটোৱেই এদিন ডাঙৰ হৈ চাৰেণ্ডাৰ..
...ডী নামেৰে জনপ্ৰিয় হৈ পৰিল
No comments:
Post a Comment