মই কাষৰ ঘৰৰ আন্টিৰ লগত একেলগে বহি টিভি চাই আছিলো। সেই সময়ত মায় আহি কলে,,বাবা তোমাৰ দেউতাকৰ প্রেসাৰৰ ঔষধ শেষ হৈছে,,
ফার্মাসিস্টৰ পৰা লৈ আহাচোন,,
মই যেতিয়া ঔষধ আনিবলৈ ওলালো,তেতিয়া মোৰ সৰু ভন্টি মাত লগালে,,,
ভন্টি=দাদা,ফার্মাসিস্টৰ পৰা উভতি অহাৰ সময়ত
মোৰ বাবে প্যাড লৈ আহিব।
ভন্টিৰ কথা শুনি কাষত বহি থকা আন্টিজনীয়ে চাদঁৰৰে মুখ ঢাকি কলে,,,
আন্টি= ছিঃ ছিঃ ইমান ডাঙৰ ছোৱালী তুমি,তোমাৰ
লাজ,মান সন্মান নাই নেকি,নিজৰ দাদাক
কৈছা এইবোৰ পচা বস্তু আনিবলৈ,
মই আন্টিক কিবা কোৱাৰ আগতেই ভন্টিয়ে আন্টিৰ আগত হাহি হাহি কলে,,,
ভন্টি=আচ্ছা আন্টি আপোনাৰ যেতিয়া সন্তান জন্ম
হৈছিল,এই কথাবোৰ আপুনি আপোনাৰ
দাদাক কবলৈ লাজ পাইছিল নে ?
আন্টি= { আন্টি অবাক হৈ কলে }আমাৰ সন্তান
জন্ম হৈছে,সেহেয়ে দাদাক কবলৈ লাজ পাম
কিয়,,,ইয়াত লাজৰ কথা কৰ পৰা আহিল,
সন্তান জন্ম দিয়াটো আনন্দৰ কথা,,,,,।
ভন্টি=আন্টি পিৰিয়ড হোৱাটো আনন্দৰ কথা ।
এজনী ছোৱালীক পৰৱর্তীত সন্তান সম্ভাৱনা
হবলৈ সাহায্য কৰে এই পিৰিয়ড প্রক্রিয়াই ।
কিন্তু আপোনালোকৰ নিচিনা কিছুমান
কু-চৰিত্র মানুহে বেয়া চকুৰে দেখে,,,
মই ফার্মাসিস্টৰ পৰা যেতিয়া দেউতাকৰ ঔষধ আৰু ভন্টিৰ বাবে প্যাড কিনি উভতি আহি আছিলো, তেতিয়া দেখিলো,এগৰাকী বাইদেৱে ফার্মাছিছৰ পৰা অলপ দূৰত বহুত সময় লৈকে নীৰৱ হৈ থিয় হৈ আছিল,মই বাইদেউৰ কাষত গৈ কলো,,,
মই=বাইদেউ আপুনি বহুত সময় লৈকে থিয় হৈ
আছে যে কিয়,,কিবা দৰকাৰ আছে নেকি,,,?
মোৰ মুখৰ পৰা বাইদেউ মাতটো শুনি বাইদেউ গৰাকীয়ে সাহসেৰে কলে,,,,
বাইদেউ=ভাইটি,ফার্মাসিস্টৰ যোৱাৰ দৰকাৰ
আছিল,কিন্তু বহুত মানুহ সেইবাবে যাবলৈ
সংকোচ বোধ কৰিছো।মানুহ কমিলে যাম।
মই বাইদেউৰ কথাবোৰ শুনি বেগৰ পৰা প্যাডৰ পেকেট উলিয়াই কলো,,,,
মই=আপোনাৰ যিটো বস্তুৰ দৰকাৰ হৈছে,সেইটো
বস্তু মোৰ বেগত আছে,মই মোৰ ভন্টিৰ কাৰনে
কিনিছো।
বাইদেউ ছট ফটাই আছিল,তেতিয়া মই বাইদেউক সুধিলো,,,,
মই=বাইদেউ ইমান সংকোচ বোধ কৰিবৰ কিছু
নাই।নেক্সট টাইম যেতিয়া পেৰিয়ড হব তেতিয়া
মনত কোনো সংকোচ নাৰাখি সোনকালে প্যাড
কিনিব।আৰু কোনোবাই যদি আপোনাৰ এইটো
লৈ হাহি থাকে,তেনেহলে বুজিবা মানুহজন
বিকৃত,মেন্টেলিটি মানুহ।পিৰিয়ড হোৱাটো
কোনো লাজৰ বা বাবে অহংকাৰৰ কথা নহয়
বাইদেউ,,.
মই আকৌ উভতি অহাৰ সময়ত মোৰ সন্মুখত বহা ছোৱালী এজনৰ কাপোৰৰ মাজেদি ব্রা কলা ফিতা দেখা পোৱা গৈছে।আৰু আমাৰ কাষত বহা লৰা দুজনে দেখিছে আৰু হাহি ফুর্তি কৰিছে,মই মিচিকীয়া হাহি লৰা দুজনক কলো,,,
লৰা=কি ভাই,কি দেখিছা,মনত ইমান আনন্দ পাইছা
লৰা এজনে নিজৰ উঠ কামুড়ি কলে ,,
গুপ্তঅংশ,স্তন দেখিছো দাদা,সেইবাবে মনত ইমান আনন্দ উপভোগ কৰিছো,,,
মই=দাদা আপোনাক মানিছো,আপুনি দেখিয়েই
সকলো মজা লোৱা,তেন্তে দাদা আপোনাৰ ঘৰ
কত, ভাই,ভন্টি আছেনে,,,,?
লৰাজনে ছোৱালীজনীৰ ব্রা ফিতাৰ ফালে দৃষ্টি আকর্ষন কৰি কলে,,,,
মোৰ ঘৰ তেজপুৰ।মা-দেউতা,এজনী সৰু ভন্টি আৰু সৰু ভাইটি আছে,।
মই=আপোনাৰ সৰু ভন্টিয়ে বাছত অহাযোৱা কৰে,
লৰাজনে কলে,,,হয় ভাই,,,,..
আমি তেতিয়া মিচিকীয়া হাহিৰে কলো,,,
আপোনাৰ ভন্টিৰ পিছৰ ছিটত বহা মানুহজনে হয়তো,আপোনাৰ নিচিনা আপোনাৰ ভন্টিৰ গুপ্তঅংশ দেখাৰ বাবে চেষ্টা কৰে ।
আমাৰ কথা শুনি লৰাজনে মাথা তলমুৰ কৰিলে
ৰাস্তাত ঘুৰি ফুৰাৰ সময়ত যেতিয়া কোনো নাৰীৰ কাপোৰত ৰক্তৰ দাগ দেখা পোৱা যাই,তেতিয়া কাষত থকা লৰাবোৰে পেৰিয়ডৰ দাগ দেখি হাহি থাকে,আনন্দ কৰে,,। অথচ কিছুমানে পাহৰি যায় যে নাৰীৰ যদি পিৰিয়ড নহয় তেনেহলে আমাৰ জন্ম নহল হেতেন ...
নাৰীৰ চাঁদৰৰ মাজেদি দেখা এক টুকুৰা নৰম মাংস পিণ্ড দেখি কিছুমানৰ পুৰুষদণ্ড থিয় হৈ যায়। অথচ কিছুমানে পাহৰি যায় যে, জন্মৰ পৰা আমি নাৰীৰ ঐ নৰম মাংসপিণ্ডৰ স্তন পান কৰো...
ৰিক্সাত লৰা-ছোৱালীয়ে একেলগে বহি থাকিলে কিছুমান মানুহৰ মনত বেয়া চিন্তা উদয় হয়,অথচ
কিছুমান মানুহে পাহৰি যাই যে,ৰিক্সাত বহি থকা লৰা-ছোৱালী সম্পর্কত দাদা,ভন্টি নহলে বন্ধু-বান্ধৱী হব পাৰে,,,,,,
বিদ্র=কিছুমানে কয় নাৰীজাতিটো বেয়া অথচ আমি
এইটো পাহৰি যাওঁ যে,আমাৰ জন্ম কোনো
এগৰাকী নাৰীৰ গর্ভত.আমাৰ চকুত নাৰী
জাতিটো যিমানেই বেয়া হওঁক না কিয়,সৃষ্টিৰ
পৰা নাৰীসকলে সেই সম্মান পাই আহিছে।
সেই নাৰীয়েই হল আমাৰ মা, আমাৰ ভন্টি
আমাৰ অর্ধাঙ্গিনী
প্লিজ কাহিনীটো আগলৈ Share কৰক,,,
(Copied)
No comments:
Post a Comment