Monday, October 19, 2020

How do I manage to always keep my imaan high?

How do I manage to always keep my imaan high? *
*
Well nobody can keep his imaan high all the time, we daily struggle as the prophet pbuh said that our imaan is sometimes high and sometimes low but the state that our imaan Remain in depend on us :
*
Our minds are data they register and get fed by whatever we see and hear so if you daily USe your time in watching movies and listening to music how can you expect your imaan to be high? If you always surround your self with people that sin and influence you or go to places of Fitna how can you expect your imaan to be high? *
*
What to do? :
*
1- keep saying daily the morning and evening athkar, they are a protection a shield against shaiytan. *
*
2- surround yourself with those who remind you of Allah, they are your friends and allies in this life and hereafter after Allah. *
*
3- listen to quran and Islamic lectures they remind you of your purpose and of hereafter. *
*
4- remember death, the prophet pbuh said that death is the destroyer of pleasures, indeed death remind us that this dunya is nothing but illusion. *
5- avoid anything that lower your imaan like places of Fitna and temptations and haram. *
*
6- read Quran daily at least one or two pages and let Allah talk to you, let the words of Allah will your heart.. *
*

Remember that we are nothing but souls that can be taken at any moment 🙏 you are passing an exam and sooner or later your paper will be taken away from you with or against your will..

✤Join:

Wednesday, October 14, 2020

পেৰিয়ড নহলে সন্তান জন্ম নহয় (অন্তৰ চুইযোৱা কাহিনী)



মই কাষৰ ঘৰৰ আন্টিৰ লগত একেলগে বহি টিভি চাই আছিলো। সেই সময়ত মায় আহি কলে,,বাবা তোমাৰ দেউতাকৰ প্রেসাৰৰ ঔষধ শেষ হৈছে,,
ফার্মাসিস্টৰ পৰা লৈ আহাচোন,, 

মই যেতিয়া ঔষধ আনিবলৈ ওলালো,তেতিয়া মোৰ সৰু ভন্টি মাত লগালে,,,

ভন্টি=দাদা,ফার্মাসিস্টৰ পৰা উভতি অহাৰ সময়ত
         মোৰ বাবে প্যাড লৈ আহিব।

ভন্টিৰ কথা শুনি কাষত বহি থকা আন্টিজনীয়ে চাদঁৰৰে মুখ ঢাকি কলে,,,

আন্টি= ছিঃ ছিঃ ইমান ডাঙৰ ছোৱালী তুমি,তোমাৰ
             লাজ,মান সন্মান নাই নেকি,নিজৰ দাদাক
             কৈছা এইবোৰ পচা বস্তু আনিবলৈ,

 মই আন্টিক কিবা কোৱাৰ আগতেই ভন্টিয়ে আন্টিৰ আগত হাহি হাহি কলে,,,

ভন্টি=আচ্ছা আন্টি আপোনাৰ যেতিয়া সন্তান জন্ম
          হৈছিল,এই কথাবোৰ আপুনি আপোনাৰ
          দাদাক কবলৈ লাজ পাইছিল নে ?

আন্টি= { আন্টি অবাক হৈ কলে }আমাৰ সন্তান
           জন্ম হৈছে,সেহেয়ে দাদাক কবলৈ লাজ পাম
            কিয়,,,ইয়াত লাজৰ কথা কৰ পৰা আহিল,
           সন্তান জন্ম দিয়াটো আনন্দৰ কথা,,,,,।

ভন্টি=আন্টি পিৰিয়ড হোৱাটো আনন্দৰ কথা ।
        এজনী ছোৱালীক পৰৱর্তীত সন্তান সম্ভাৱনা
        হবলৈ সাহায্য কৰে এই পিৰিয়ড প্রক্রিয়াই ।
        কিন্তু আপোনালোকৰ নিচিনা কিছুমান
         কু-চৰিত্র মানুহে বেয়া চকুৰে দেখে,,,

মই ফার্মাসিস্টৰ পৰা যেতিয়া দেউতাকৰ ঔষধ আৰু  ভন্টিৰ বাবে প্যাড কিনি উভতি আহি আছিলো, তেতিয়া দেখিলো,এগৰাকী বাইদেৱে ফার্মাছিছৰ পৰা অলপ দূৰত বহুত সময় লৈকে নীৰৱ হৈ থিয় হৈ আছিল,মই বাইদেউৰ কাষত গৈ কলো,,,

মই=বাইদেউ আপুনি বহুত সময় লৈকে থিয় হৈ
        আছে যে কিয়,,কিবা দৰকাৰ আছে নেকি,,,?

মোৰ মুখৰ পৰা বাইদেউ মাতটো শুনি বাইদেউ গৰাকীয়ে সাহসেৰে কলে,,,,

বাইদেউ=ভাইটি,ফার্মাসিস্টৰ যোৱাৰ দৰকাৰ
             আছিল,কিন্তু বহুত মানুহ সেইবাবে যাবলৈ
            সংকোচ বোধ কৰিছো।মানুহ কমিলে যাম। 

মই বাইদেউৰ কথাবোৰ শুনি বেগৰ পৰা প্যাডৰ পেকেট উলিয়াই কলো,,,,

মই=আপোনাৰ যিটো বস্তুৰ দৰকাৰ হৈছে,সেইটো
      বস্তু মোৰ বেগত আছে,মই মোৰ ভন্টিৰ কাৰনে
      কিনিছো। 

বাইদেউ ছট ফটাই আছিল,তেতিয়া মই বাইদেউক সুধিলো,,,,

মই=বাইদেউ ইমান সংকোচ বোধ কৰিবৰ কিছু
       নাই।নেক্সট টাইম যেতিয়া পেৰিয়ড হব তেতিয়া
       মনত কোনো সংকোচ নাৰাখি সোনকালে প্যাড
       কিনিব।আৰু কোনোবাই যদি আপোনাৰ এইটো
       লৈ হাহি থাকে,তেনেহলে বুজিবা মানুহজন 
       বিকৃত,মেন্টেলিটি মানুহ।পিৰিয়ড হোৱাটো
       কোনো লাজৰ বা  বাবে অহংকাৰৰ কথা নহয়
       বাইদেউ,,. 

মই আকৌ উভতি অহাৰ সময়ত মোৰ সন্মুখত বহা ছোৱালী এজন‌ৰ কাপোৰৰ মাজেদি ব্রা কলা ফিতা দেখা পোৱা গৈছে।আৰু আমাৰ কাষত বহা লৰা দুজনে দেখিছে আৰু হাহি ফুর্তি কৰিছে,মই মিচিকীয়া হাহি লৰা দুজনক কলো,,,

লৰা=কি ভাই,কি দেখিছা,মনত ইমান আনন্দ পাইছা
   
লৰা এজনে নিজৰ উঠ কামুড়ি কলে ,,
গুপ্তঅংশ,স্তন দেখিছো দাদা,সেইবাবে মনত ইমান আনন্দ উপভোগ কৰিছো,,,
 
মই=দাদা আপোনাক মানিছো,আপুনি দেখিয়েই
       সকলো মজা লোৱা,তেন্তে দাদা আপোনাৰ ঘৰ
       কত, ভাই,ভন্টি আছেনে,,,,?

লৰাজনে ছোৱালীজনীৰ ব্রা ফিতাৰ ফালে দৃষ্টি আকর্ষন কৰি কলে,,,, 
মোৰ ঘৰ তেজপুৰ।মা-দেউতা,এজনী সৰু ভন্টি আৰু সৰু ভাইটি আছে,। 

মই=আপোনাৰ সৰু ভন্টিয়ে বাছত অহাযোৱা কৰে,

লৰাজনে কলে,,,হয় ভাই,,,,..

আমি তেতিয়া মিচিকীয়া হাহিৰে কলো,,,
আপোনাৰ ভন্টিৰ পিছৰ ছিটত বহা মানুহজনে হয়তো,আপোনাৰ নিচিনা আপোনাৰ ভন্টিৰ গুপ্তঅংশ দেখাৰ বাবে চেষ্টা কৰে । 

আমাৰ কথা শুনি লৰাজনে মাথা তলমুৰ কৰিলে 

ৰাস্তাত ঘুৰি ফুৰাৰ সময়ত যেতিয়া কোনো নাৰীৰ কাপোৰত ৰক্তৰ দাগ দেখা পোৱা যাই,তেতিয়া কাষত থকা লৰাবোৰে পেৰিয়ডৰ দাগ দেখি হাহি থাকে,আনন্দ কৰে,,। অথচ কিছুমানে পাহৰি যায় যে নাৰীৰ যদি পিৰিয়ড নহয় তেনেহলে আমাৰ জন্ম নহল হেতেন ...

নাৰীৰ চাঁদৰৰ মাজেদি দেখা এক টুকুৰা নৰম মাংস পিণ্ড দেখি কিছুমানৰ পুৰুষদণ্ড থিয় হৈ যায়। অথচ কিছুমানে পাহৰি যায় যে, জন্মৰ পৰা আমি নাৰীৰ ঐ নৰম মাংসপিণ্ডৰ স্তন পান কৰো... 

ৰিক্সাত লৰা-ছোৱালীয়ে একেলগে বহি থাকিলে কিছুমান মানুহৰ মনত বেয়া চিন্তা উদয় হয়,অথচ
কিছুমান মানুহে পাহৰি যাই যে,ৰিক্সাত বহি থকা লৰা-ছোৱালী সম্পর্কত দাদা,ভন্টি নহলে বন্ধু-বান্ধৱী হব পাৰে,,,,,,

বিদ্র=কিছুমানে কয় নাৰীজাতিটো বেয়া অথচ আমি
        এইটো পাহৰি যাওঁ যে,আমাৰ জন্ম কোনো
        এগৰাকী নাৰীৰ গর্ভত.আমাৰ চকুত নাৰী
        জাতিটো যিমানেই বেয়া হওঁক না কিয়,সৃষ্টিৰ
        পৰা নাৰীসকলে সেই সম্মান পাই আহিছে।
        সেই নাৰীয়েই হল আমাৰ মা, আমাৰ ভন্টি
        আমাৰ অর্ধাঙ্গিনী
প্লিজ কাহিনীটো আগলৈ Share কৰক,,,
(Copied)

Tuesday, October 6, 2020

क्रोध बड़ा घातक

☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️

*👇👇 आज का प्रेरक प्रसंग 👇👇*

                 *!! क्रोध बड़ा घातक !!*
:::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::

         
एक संत भिक्षा में मिले अन्न से अपना जीवन चला रहे थे। वे रोज अलग-अलग गांवों में जाकर भिक्षा मांगते थे। एक दिन वे गांव के बड़े सेठ के यहां भिक्षा मांगने पहुंचे। सेठ ने संत को थोड़ा अनाज दिया और बोला कि गुरुजी मैं एक प्रश्न पूछना चाहता हूं।

संत ने सेठ से अनाज लिया और कहा कि ठीक है पूछो। सेठ ने कहा कि मैं ये जानना चाहता हूं कि लोग लड़ाई-झगड़ा क्यों करते हैं?

संत कुछ देर चुप रहे और फिर बोले कि मैं यहां भिक्षा लेने आया हूं, तुम्हारे मूर्खतापूर्ण सवालों के जवाब देने नहीं आया। ये बात सुनते ही सेठ एकदम क्रोधित हो गया। उसने खुद से नियंत्रण खो दिया और बोला कि तू कैसा संत है, मैंने दान दिया और तू मुझे ऐसा बोल रहा है। सेठ ने गुस्से में संत को खूब बातें सुनाई। संत चुपचाप सुन रहे थे। उन्होंने एक भी बार पलट कर जवाब नहीं दिया।

कुछ देर बाद सेठ का गुस्सा शांत हो गया, तब संत ने उससे कहा कि भाई जैसे ही मैंने तुम्हें पसंद से विपरीत बातें बोलीं, तुम्हें गुस्सा आ गया। गुस्से में तुम मुझ पर चिल्लाने लगे। अगर इसी समय पर मैं भी क्रोधित हो जाता तो हमारे बीच बड़ा झगड़ा हो जाता।

क्रोध ही हर झगड़े का मूल कारण है और शांति हर विवाद को खत्म कर सकती है। अगर हम क्रोध ही नहीं करेंगे तो कभी भी वाद-विवाद नहीं होगा। जीवन में सुख-शांति चाहते हैं तो क्रोध को नियंत्रित करना चाहिए। क्रोध को काबू करने के लिए रोज ध्यान करें।

*शिक्षा:-*
*इस प्रसंग का सार यह है कि घर-परिवार हो या कार्यस्थल हमें शांत रहना चाहिए। अगर कोई गुस्सा कर भी रहा है तो हमें उसका जवाब शांति से देना चाहिए। जैसे ही हमने शांति को छोड़ा और क्रोध किया तो छोटी सी बात भी बड़ा नुकसान कर सकती है।*

*सदैव प्रसन्न रहिये।*
*जो प्राप्त है, पर्याप्त है।।*
✍️✍️✍️✍️✍️✍️✍️✍️✍️✍️


✤Join:

Sunday, October 4, 2020

Keyhole


Keyhole is a creepy story about a man who stayed in a strange hotel and encountered something very odd indeed. A man went to a hotel and walked up to the front desk to check in. The woman at the desk gave him his key and told him that on the way to his room, there was a door with no number that was locked and no one was allowed in there. 

Especially no one should look inside the room, under any circumstances. So he followed the instructions of the woman at the front desk, going straight to his room, and going to bed. The next night his curiosity would not leave him alone about the room with no number on the door. He walked down the hall to the door and tried the handle. 

Sure enough it was locked. He bent down and looked through the wide keyhole. Cold air passed through it, chilling his eye. What he saw was a hotel bedroom, like his, and in the corner was a woman whose skin was completely white. She was leaning her head against the wall, facing away from the door. He stared in confusion for a while. 

He almost knocked on the door, out of curiosity, but decided not to.He crept away from the door and walked back to his room. The next day, he returned to the door and looked through the keyhole. This time, all he saw was red. He couldn't make anything out besides a distinct red color. 

Perhaps the inhabitants of the room knew he was spying the night before, and had blocked the keyhole with something red. At this point he decided to consult the woman at the front desk for more information.. She sighed and said, "Did you look through the keyhole?" 

The man told her that he had and she said, "Well, I might as well tell you the story. A long time ago, a man murdered his wife in that room, and her ghost haunts it. But these people were not ordinary. They were white all over, except for their eyes, which were red."
▬▬▬▬▬▬▬▬▬▬▬▬
✤Join: