Saturday, June 13, 2020

Mirror is more important

😁
🌊  স্কুটাৰ মেকানিক :বাইদেউ, স্কুটীখনৰ ইঞ্জিনৰ সমস্যা আছে, 
ব্ৰেক ডালেও ঠিকমতে কাম কৰা নাই ...


👸  সুন্দৰী :
এইবোৰ সৰু সুৰা খেলিমেলি থাকেই ...
তুমি মাত্ৰ Mirrorখন  ঠিক কৰি দিয়া। 
💃💃💃💅💄💋
😁😁😁😂😂😂

No comments:

Post a Comment