#১৪_ফেব্ৰুৱাৰী = #ভেলেণ্টাইন_ডে' !! ,
________________________
সেই দিনটোতেই , #ধৰ্ষণৰ_চিকা হয়-হাজাৰ_হাজাৰ_ভগ্নী !!! ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে , এবাৰ বিচনালৈ অথবা বয়ফ্ৰেণ্ডৰ মেচলৈ যোৱা মানেই , ধৰ্ষিত হ'ল ভগ্নী !! , বিচনাত নি , যিকোনো প্ৰকাৰে ফটো তোলা অথবা ভীডিঅ' বনোৱাৰ কৌশল । আৰু তাত বাধাপ্ৰদান কৰিলেই , বয়ফ্ৰেণ্ডৰ আৱেগসনা কণ্ঠ = জান !! মইতো কেৱল তোমাকেই ভাল পাওঁ !! বিয়াও পাতিম তোমাক । ফটো দুখন তোলাত কি সমস্যা আছেনো । সদায় তোমাক জানো এনেকৈ পাম ? লগ নোপোৱা সময়ত চাবৰ বাবেহে তুলিছো । তোমাৰ শপথ , পিছত মই দিলিত কৰি দিম !!! , কথা শুনি গাৰ্লফ্ৰেণ্ডৰ মনৰ ভাব = ইমান ভাল পাই মোক ! ফটো দুখন তুলিলেনো কিডাল হ'ব !!! , কিন্তু তাই যে কিমান ডাঙৰ বিপদৰ মুখামুখি হ'বলৈ গৈ আছে , তাই বাৰু জানেনে ??? , মোবাইলত বন্দী অৰ্ধনগ্ন ভীডিঅ" !!! তাৰ কিছুদিনৰ পিছত……… ছোৱালীজনিয়ে যেতিয়া অনৈতিক কাম কৰিবলৈ অমান্তি হ'ব , তেতিয়াই তাই লাভ কৰিব সকলো ফাদিল কৰাৰ ভাবুকি !!! ভয়তে তাই সকলো দিবলৈ ৰাজি হৈ পৰিব । যিমানেই ডাঙৰ ঘৰৰ ছোৱালী নহওক কিয় , সন্মান হানি হোৱাৰ ভয়ত সতীত্ব দান কৰিবলৈও তাই বাধ্য হ'ব !! , ইমানতেই জানো সকলো অন্ত পৰিব ?? লাহে লাহে বিপদে তাইক হেঁচা মাৰি ধৰিব !! এটা সময়ত তাই বৃহৎ ধনদাবীৰ কৱলত পৰিব !! যেতিয়াই তাই দেহদান অথবা টকা দিবলৈ অপাৰগতা প্ৰকাশ কৰিব , তেতিয়াই তাইৰ সেই অন্তৰংগ মুহুৰ্তৰ ভীডিঅ' , মানুহৰ হাতে হাতে বিয়পি পৰিব !!! , কোনোৱে হয়তো সন্মানহানিৰ ভয়ত ইয়াক নিৰৱে সহ্য কৰি থাকিব আৰু আন কোনো ভগ্নীয়ে আত্মহননৰ পথ বাচি ল'ব লাগিব !!!! , , আপোনাৰ চিন্তা আপোনাৰ শক্তি !!! ক্ষণিক আনন্দৰ বাবে জীৱন ধ্বংস নকৰিব !!!!! , , কিছু অশ্লীলতাৰ বাবে ক্ষমাপ্ৰাৰ্থী !! আপোনাৰ ভগ্নী অথবা জীয়ৰীক এনে কু প্ৰভাৱৰ পৰা নিৰাপদে আঁতৰাই ৰখাতো আপোনাৰ নৈতিক দায়িত্ব !!
#copied #must_read
No comments:
Post a Comment